Upper Assam Pranjal

Upper Assam Pranjal upper Assam❣️🌹

মৰাণ ঐক্য জিন্দাবাদ প্ৰাপৰ অধিকাৰ নিদিয়া লৈকে এই প্ৰতিবাদ চলি থাকিব🤩🤩🙏
17/09/2025

মৰাণ ঐক্য জিন্দাবাদ প্ৰাপৰ অধিকাৰ নিদিয়া লৈকে এই প্ৰতিবাদ চলি থাকিব🤩🤩🙏

14/09/2025

নেপালৰ যুৱ প্ৰজন্মৰ প্ৰতিবাদৰ শক্তি দেখিলে ইচ্ছা কৰিলে কি কৰিব নোৱাৰে নতুন প্ৰজন্মই।
আমি নতুন প্ৰজন্ম ইচ্ছা কৰিলে দেশ জলাবাও পাৰোঁ শলাবও পাৰোঁ বুলি বিশিষ্ট লেখকে এনেই লিখি থৈ যোৱা নাই🙏🙏

14/09/2025

🤩🤩

ঔঁম কৃষ্ণায়া বাসুদেৱায়   হৰেয় পৰমাত্মানে   প্ৰণত: ক্লেশনাশায়   গোবিন্দাই নমো নমা:🌺  আজি সময়ৰ জন্মদিন, আজি ভগৱানৰ জন...
14/09/2025

ঔঁম কৃষ্ণায়া বাসুদেৱায়
হৰেয় পৰমাত্মানে
প্ৰণত: ক্লেশনাশায়
গোবিন্দাই নমো নমা:🌺

আজি সময়ৰ জন্মদিন, আজি ভগৱানৰ জন্মদিন, সকলোলৈকে শ্ৰীশ্ৰীকৃষ্ণ জন্মাষ্টমীৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো❤🙏🏻

Shout out to my newest followers! Excited to have you onboard! নৱ মৰাণ, Geju Chetia, Dipti Moran, Rangpi Moran
10/09/2025

Shout out to my newest followers! Excited to have you onboard! নৱ মৰাণ, Geju Chetia, Dipti Moran, Rangpi Moran

মোৰ তৰফৰ পৰা বহুত বহুত অভিনন্দ জনালোঁ আতাই কেইজনলৈ উজ্বল ভৱিষ্যত কামনা কৰিলো ভৱিষ্যতে কৰবাত দেখিবলৈ বা শুনিবলৈ পাম বহুত ...
30/08/2025

মোৰ তৰফৰ পৰা বহুত বহুত অভিনন্দ জনালোঁ আতাই কেইজনলৈ উজ্বল ভৱিষ্যত কামনা কৰিলো ভৱিষ্যতে কৰবাত দেখিবলৈ বা শুনিবলৈ পাম বহুত গৌৰম্বিত অনুভৱ কৰিম🥰🤩🙏

😅😅
28/08/2025

😅😅

17/08/2025

পইছাৰ লোভত মানুহে কত যে কেনেকুৱা কাম কৰি আছে ভবাত কৈয়ো বহুত বেছি😓

10/08/2025

দেওবাৰ দিনটোত কেতিয়াবা আমি 🤩🤩

27/07/2025

এই সেন অৱস্থা🥲

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আপোনালোক সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ অসমত গছ ৰুব নালাগে নিজে গজিব মাথোঁ গছ মানুহে নে...
05/06/2025

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আপোনালোক সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ
অসমত গছ ৰুব নালাগে নিজে গজিব মাথোঁ গছ মানুহে নেকাতিলে হল অৰণ্য মানব যাদৱ পায়েং ৰ সেই অনুৰোধ মানি চলিলেই প্ৰকৃতিৰ গছ জীয়াই থাকিব আৰু আমি সকলোৱে সেই অনুৰোধ মানি চলিব লাগিব💚❤️🙏🏿

King  humesha king hota hy❤️🧡🤩
04/06/2025

King humesha king hota hy❤️🧡🤩

Address

Makum
Tinsukia

Website

Alerts

Be the first to know and let us send you an email when Upper Assam Pranjal posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Upper Assam Pranjal:

Share