Amar khobor 24×7

Amar khobor 24×7 অসমৰ ৰাইজৰ প্ৰতিটো সমস্যা দাঙি ধৰাৰ উদ্দেশ্যত আমাৰ খবৰ 24×7 আপোনালোকৰ সন্মুখত ,ৰাইজৰ পক্ষত আমাৰ কণ্ঠ ।
UDYAM REGISTRATION =AS-26-0007182

27/08/2026

নেপালত জলপ্ৰলয়। তিব্বতৰ পৰা নামি অহা পানীৰ তচনচ কৰিলে সীমামূৰীয়া দেশখনৰ বিস্তীৰ্ণ অঞ্চল। মুহূৰ্ততে তচনচ হৈ গ’ল পথ, দলং, ঘৰ–দুৱাৰ।

27/08/2026

বৃহৎ নদীবান্ধে নেপাল খন কেনেকৈ খটম কৰি পেলালে চাওঁক চোন এবাৰ
বান্ধ ভঙাৰ ফলত নেপালৰ ভয়াবহ পৰিৱেশ।

25/08/2026

ডুমডুমাত আছুৰ দুই ঘণ্টীয়া অৱস্থান ধৰ্মঘট।

ডুমডুমাত বিভিন্ন জনস্বাৰ্থমূলক দাবী উত্থাপন কৰি সদৌ অসম ছাত্ৰ সন্থাৰ ডুমডুমা আঞ্চলিক সমিতিয়ে ৰূপায়ণ কৰিলে দুই ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী।
পুৱা ১১ বজাৰ পৰা গান্ধীমূৰ্তিৰ সন্মুখত ৰূপায়ণ কৰা হয় এই অৱস্থান ধৰ্মঘট। ডুমডুমা অঞ্চলৰ উন্নয়ন আৰু জনসাধাৰণৰ বিভিন্ন সমস্যাৰ সমাধানৰ দাবীত আছুৱে উত্থাপন কৰে মুঠ সাতটা গুৰুত্বপূৰ্ণ দাবী।

25/08/2026

অহা ২ অক্টোবৰৰ পৰা মহিলা সকলে লাভ কৰিব এই সুবিধা

24/08/2026

ৰাইজৰ সৈতে পোনপটীয়া সম্পর্ক স্থাপন

উন্নয়নৰ সমতা, প্ৰতিটো সমষ্টিৰ ২০২৬-২৭ বিত্তীয় বৰ্ষত বাৰ্ষিক বিধায়ক এলেকাৰ উন্নয়ন পুঁজিৰ পৰিমাণ ১.৫ কোটিৰ পৰা ২ কোটিল...
24/08/2026

উন্নয়নৰ সমতা, প্ৰতিটো সমষ্টিৰ ২০২৬-২৭ বিত্তীয় বৰ্ষত বাৰ্ষিক বিধায়ক এলেকাৰ উন্নয়ন পুঁজিৰ পৰিমাণ ১.৫ কোটিৰ পৰা ২ কোটিলৈ বৃদ্ধি

24/08/2026
লোকপিয়ল ২০২৭ৰ প্ৰথম পৰ্যায়ৰ অধীনত বৰ্তমানে গৃহ তালিকা আৰু গৃহ পিয়ল অব্যাহত আছে। আপুনিও গণনাকাৰীসকলৰ সৈতে সহযোগিতা আগবঢ়...
23/08/2026

লোকপিয়ল ২০২৭ৰ প্ৰথম পৰ্যায়ৰ অধীনত বৰ্তমানে গৃহ তালিকা আৰু গৃহ পিয়ল অব্যাহত আছে। আপুনিও গণনাকাৰীসকলৰ সৈতে সহযোগিতা আগবঢ়াই লোকপিয়ল ২০২৭ৰ অংশীদাৰ হওক।

19/08/2026

জন্ম-মৃত্যুৰ প্ৰমাণপত্ৰ জোঁট লগাই নাথাকিব। চৰকাৰী বিষয়া-কৰ্মচাৰীলৈ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ।

Address

Tinsukia
786153

Alerts

Be the first to know and let us send you an email when Amar khobor 24×7 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share