 
                                                                                                    11/06/2023
                                            ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি টিৰাপ জাগুন আঞ্চলিক সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা থুকিং টিখাকৰ সুৱঁৰণী ফুটবল প্ৰতিযোগিতাৰ প্ৰথম খেলখন আজি সদৌ অসম ৰ্গোখা ছাত্ৰ সন্থা টিৰাপ জাগুন আঞ্চলিক সমিতি আৰু সদৌ অসম নিখিল ৰাভা ছাত্ৰ সন্থা টিৰাপ জাগুন আঞ্চলিক সমিতিৰ মাজত অনুষ্ঠিত হয় ।
ৰ্গোখা ছাত্ৰ সন্থা ০১ আৰু সদৌ অসম নিখিল ৰাভা ছাত্ৰ সন্থাই ০২ ব্যৱধানত খেলখন জয় লাভ কৰে।
জয় আই অসম 🙏                                        
 
                                                                                                     
                                                                                                     
                                                                                                     
                                                                                                     
                                                                                                     
                                         
   
   
   
   
     
   
   
  