Rumi Manki Kharia

Rumi Manki Kharia অসম দেশৰ বাগিচাৰে ছোৱালী
ঝুমুৰ-টুমুৰ নাচি কৰোঁ ধেমালি !
হে’ লছমী নহয় মোৰে নাম চামেলি

My Instagram ID👇👇👇👇

https://www.instagram.com/rumi_manki_kharia

15/04/2025
সময়ৰ লগত খাপ খুৱাই নিজক সলনি কৰি থাকিব লাগিব।  নহলে BSNL /Nokia নিচিনা সমাজ খনৰ পৰা এদিন হেৰাই যাবা ।
06/04/2025

সময়ৰ লগত খাপ খুৱাই নিজক সলনি কৰি থাকিব লাগিব। নহলে BSNL /Nokia নিচিনা সমাজ খনৰ পৰা এদিন হেৰাই যাবা ।

কুলিৰ মাতে বিহুৰ আগ জাননী দিছে ।কপৌ ফুলিছে, গছ গছনি সাজ সলাইছে ।বিহু বিহু লাগিছে গাত । ।
05/04/2025

কুলিৰ মাতে বিহুৰ আগ জাননী দিছে ।
কপৌ ফুলিছে, গছ গছনি সাজ সলাইছে ।
বিহু বিহু লাগিছে গাত । ।

ব্যস্ততাৰ মাজত কিছু সময়নিজৰ বাবে ।
05/06/2024

ব্যস্ততাৰ মাজত
কিছু সময়
নিজৰ বাবে ।

🔔🔔🔔🔔🔔টিলিঙা মন্দিৰ🛕🛕🛕🔔🔔🔔🔔🔔
17/05/2024

🔔🔔🔔🔔🔔
টিলিঙা মন্দিৰ🛕🛕🛕
🔔🔔🔔🔔🔔

যোৱা ৬ আৰু ৭ জানুৱাৰীত তিনিচুকীয়া জিলাৰ ডিগবৈত অনুষ্ঠিত হোৱা জিলা পৰ্য্যায়ৰ 7th UKAA TINSUKIA DISTRICT KARATE CHAMPION...
09/01/2024

যোৱা ৬ আৰু ৭ জানুৱাৰীত তিনিচুকীয়া জিলাৰ ডিগবৈত অনুষ্ঠিত হোৱা জিলা পৰ্য্যায়ৰ 7th UKAA TINSUKIA DISTRICT KARATE CHAMPIONSHIP 2024 ৰ খেলত নলনী চাহ বাগিছাৰ শ্ৰী আয়ুশ ৰাজোৱাৰে বিজয়ী লাভ কৰে আৰু বাগিছা খনৰ বাবে গৌৰৱ কঢ়িয়াই আনে । আশা কৰো আগন্তুক দিনত ৰাজ্যিক পৰ্য্যায়ত খেলি জিলা খনৰ বাবে গৌৰৱ কঢ়িয়াই আনিব পাৰে ।

ধন্যবাদ ।অসম চৰকাৰ তথা মাননীয় মূখ্যমন্ত্ৰী Himanta Biswa Sarma  আজি আমাৰ এই বিশেষ দিনটো কৰম পৰৱৰ উপলক্ষ্য চাহ শ্ৰমিক সক...
25/09/2023

ধন্যবাদ ।
অসম চৰকাৰ তথা মাননীয় মূখ্যমন্ত্ৰী Himanta Biswa Sarma আজি আমাৰ এই বিশেষ দিনটো কৰম পৰৱৰ উপলক্ষ্য চাহ শ্ৰমিক সকলক মজুৰি সহ বন্ধ ঘোষণা কৰাৰ বাবে ।

লগতে সকলো চাহ শ্ৰমিক সকলক কৰম পৰৱৰ শুভেচ্ছা থাকিল।

আজি পবিত্ৰ গণেশ চতুৰ্থীৰ আন্তৰিক ওলগ জনালো ।জয় শ্ৰী গণেশ
19/09/2023

আজি পবিত্ৰ গণেশ চতুৰ্থীৰ আন্তৰিক ওলগ জনালো ।
জয় শ্ৰী গণেশ

আজি ও  মনত পৰে সেই মধুৰ সময়বোৰ, সেই মোৰ কলেজীয়া দিন বোৰৰ কথা ।  তিনিটা বছৰ কেতিয়া নো পাৰ হৈ গল  কবৈ নোৱাৰিলোঁ । কেতিয়...
05/09/2023

আজি ও মনত পৰে সেই মধুৰ সময়বোৰ, সেই মোৰ কলেজীয়া দিন বোৰৰ কথা । তিনিটা বছৰ কেতিয়া নো পাৰ হৈ গল কবৈ নোৱাৰিলোঁ । কেতিয়াবা অকলে থকাৰ সময়ত মোক সেই দিনবোৰৰ কথা বৰকৈ মনত পৰে, লগৰ বন্ধু - বান্ধৱী সকলৰ লগত কটোৱা সেই দিন বোৰ । পুনৰ যদি ঘূৰাই পোৱা হলে সেই সময় বোৰ......
😞😞😞I really miss those Days😔😔😔

Address

Padumoni Village
Tinsukia
786126

Website

Alerts

Be the first to know and let us send you an email when Rumi Manki Kharia posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share