চাহ জনগোষ্ঠী ঐক্য মঞ্চ - Cha Janagusti Aikya Mancha

  • Home
  • India
  • Tinsukia
  • চাহ জনগোষ্ঠী ঐক্য মঞ্চ - Cha Janagusti Aikya Mancha

চাহ জনগোষ্ঠী ঐক্য মঞ্চ - Cha Janagusti Aikya Mancha চাহ জনগোষ্ঠী ঐক্য মঞ্চ পেজটিলৈ সকলোকে স্বাগতম জনাইছোঁ। 🙏🌱🍃 যোগাযোগ - 6002606693 / 9101253758 / 6002898906
(1)

Congratulations Team India 🎉👏💥    চাহ জনগোষ্ঠী ঐক্য মঞ্চ - Cha Janagusti Aikya Mancha
29/09/2025

Congratulations Team India 🎉👏💥


চাহ জনগোষ্ঠী ঐক্য মঞ্চ - Cha Janagusti Aikya Mancha

শ্ৰীলংকাত অনুষ্ঠিত সদ্য সমাপ্ত SAFF U - 17 Championship ত ভাৰতীয় দলৰ হৈ অংশগ্ৰহণ কৰা অসমৰ দুই উদিয়মান খেলুৱৈ দুলীয়াজা...
29/09/2025

শ্ৰীলংকাত অনুষ্ঠিত সদ্য সমাপ্ত SAFF U - 17 Championship ত ভাৰতীয় দলৰ হৈ অংশগ্ৰহণ কৰা অসমৰ দুই উদিয়মান খেলুৱৈ দুলীয়াজানৰ মানস জ্যোতি বৰুৱা আৰু শিৱসাগৰৰ ৰেহান আহমেদৰ সুন্দৰ প্ৰদৰ্শন জৰিয়তে ভাৰতীয় দলে চূড়ান্ত খেলত বাংলাদেশক পেনাল্টী শ্বুট আউটত ৪ - ১ গলত পৰাস্ত কৰি খিতাপ জয়ী হবলৈ সক্ষম হয়। দুয়োজন খেলুৱৈলৈ চাহ জনগোষ্ঠী ‌ঐক্য মঞ্চ পৰিয়ালৰ তৰফৰ পৰা অভিনন্দন জনোৱা লগতে তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।


চাহ জনগোষ্ঠী ঐক্য মঞ্চ - Cha Janagusti Aikya Mancha

Happy follow-versary to my awesome followers. Thanks for all your support! Sanjay Sanjay, Bikash Chawra, Somir Somir, Mo...
26/09/2025

Happy follow-versary to my awesome followers. Thanks for all your support! Sanjay Sanjay, Bikash Chawra, Somir Somir, Mokbul Hussain, Amit Garh, Rashmi Soyam, Suraj Karmakar

নাৰী জাতিটো কেতিয়া সুৰক্ষিত হ'ব ??যোৱা ইংৰাজী ২২ চেপ্তেম্বৰ তাৰিখে দুলিয়াজানৰ নতুন দিৰিয়াল চাহ বাগিছাত আমাৰ মৰমৰ জুবিন ...
24/09/2025

নাৰী জাতিটো কেতিয়া সুৰক্ষিত হ'ব ??

যোৱা ইংৰাজী ২২ চেপ্তেম্বৰ তাৰিখে দুলিয়াজানৰ নতুন দিৰিয়াল চাহ বাগিছাত আমাৰ মৰমৰ জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাই ঘৰলৈ ওভতাৰ পথত এগৰাকী ৮ বছৰীয়া কণমানি শিশু ৰিতিকা মুণ্ডাক কোনো দুষ্কৃতিকাৰিয়ে ধৰ্ষণ আৰু অতি নিৰ্মমভাৱে হত্যা কৰি বাগিছাৰ নলাত পেলাই দিয়া ঘটনাটোত মৰ্মাহত হৈছোঁ৷

যিসকল পাখণ্ড এই নিকৃষ্ট কাণ্ডৰ সৈতে জড়িত তেওঁলোকক অতি শীঘ্ৰে প্ৰশাসনে কৰায়ত্ত কৰি ফাঁচী দিবলৈ আমি চাহ জনগোষ্ঠী ‌ঐক্য মঞ্চ তৰফৰ পৰা দাবী জনালোঁ৷

ভণ্টি ৰিতিকা ন্যায় পাওঁক ৷ 😭💔

ঔঁম শান্তি 👏👏

চাহ জনগোষ্ঠী ঐক্য মঞ্চ - Cha Janagusti Aikya Mancha

23/09/2025

আপুনি অসমীয়াৰ হৃদয়ত চিৰদিনে জীয়াই থাকিব 💔❤️😭👏

চাহ জনগোষ্ঠী ঐক্য মঞ্চ - Cha Janagusti Aikya Mancha

কনকলতা বৰুৱা আছিল এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী। ১৯৪২ চনৰ ২০ চেপ্টেম্বৰ তাৰিখে ভাৰত ত্যাগ আন্দোলনৰ সময়ত ব্ৰিটিছৰ গু...
20/09/2025

কনকলতা বৰুৱা আছিল এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী। ১৯৪২ চনৰ ২০ চেপ্টেম্বৰ তাৰিখে ভাৰত ত্যাগ আন্দোলনৰ সময়ত ব্ৰিটিছৰ গুলিত তেওঁ ছহিদ হয়। তেওঁ অসমৰ প্ৰথম মহিলা শ্বহীদ। মহান শ্বহীদ গৰাকী লৈ অসম চাহ জনগোষ্ঠী ‌ঐক্য মঞ্চ পৰিয়ালৰ তৰফৰ পৰা গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ ❤️🙏

চাহ জনগোষ্ঠী ঐক্য মঞ্চ - Cha Janagusti Aikya Mancha

😭💔
19/09/2025

😭💔

অসমৰ এগৰাকী কৃতবিদ্য সাহিত্যিক শীলভদ্ৰৰ আজি ১০১ সংখ্যক ওপজা দিন৷ নিজৰ কলমত তীক্ষ্ণ সমাজ-চেতনা কঢ়িয়াই ফুৰা শীলভদ্ৰৰ গল্প...
19/09/2025

অসমৰ এগৰাকী কৃতবিদ্য সাহিত্যিক শীলভদ্ৰৰ আজি ১০১ সংখ্যক ওপজা দিন৷ নিজৰ কলমত তীক্ষ্ণ সমাজ-চেতনা কঢ়িয়াই ফুৰা শীলভদ্ৰৰ গল্প, উপন্যাসত প্ৰতিভাত হৈছিল শ্ৰেণী চৰিত্ৰৰ ভালেমান দিশ৷ ‘মধুপুৰ বহুদূৰ’, ‘চিঠি আৰু অন্যান্য গল্প’, ‘অবিচ্ছিন্ন’ ইত্যাদি তেখেতৰ উল্লেখযোগ্য সাহিত্যকৰ্ম৷ ‘মধুপুৰ বহুদূৰ’ শীৰ্ষক গল্প সংকলনখনৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰা এইগৰাকী মহান অসমীয়াক আজি ওপজা দিনৰ পৱিত্ৰ ক্ষণত চাহ জনগোষ্ঠী ঐক্য মঞ্চ পৰিয়ালৰ হৈ গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। ❣️🙏

চাহ জনগোষ্ঠী ঐক্য মঞ্চ - Cha Janagusti Aikya Mancha

13/09/2025

Address

Tinsukia

Alerts

Be the first to know and let us send you an email when চাহ জনগোষ্ঠী ঐক্য মঞ্চ - Cha Janagusti Aikya Mancha posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to চাহ জনগোষ্ঠী ঐক্য মঞ্চ - Cha Janagusti Aikya Mancha:

Share