PURBANCHAL BATORI

PURBANCHAL BATORI নিৰ্ভীক, নিৰপেক্ষ আৰু স্পষ্টবাদী বাতৰি

17/07/2024

↘️↘️ # #তিনিচুকীয়াত মহৰম উপলক্ষে ইছলাম ধৰ্মালম্বী ৰাইজৰ তাজিয়া বাহিৰ।
পৰিভ্ৰমণ কৰে সমগ্ৰ তিনিচুকীয়া চহৰ।
জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো ৰাইজৰ সহযোগিতা মহৰম উৎযাপনত!!

17/07/2024

↘️↘️ # #আজি ইছলাম ধৰ্মালম্বী লোকসকলৰ পবিত্ৰ মহৰম , সমগ্ৰ বিশ্বৰ লগতে তিনিচুকীয়া লালা বাংলাটো উদযাপিত হয় পবিত্ৰ মহৰম আৰু এক সম্বৰ্ধনা অনুষ্ঠান।।

30/06/2024

↘️↘️ # #সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ পূৰ্ণাংগ সমিতি গঠন।।

21/06/2024

★ # #পেঙেৰীত বন্য হাতী ৰহস্য জনক ভাৱে মৃত্যু ★আকাশ লিম্বু নামৰ এজন ব্যক্তিৰ ঘৰৰ পাছফালে চাহ বাগানত মৃত অৱস্থাত দেখা পায় স্থানীয় লোকে । ★ঘটনাস্থলীত তিনিচুকীয়া হিউমেনিতি ফাউণ্ডেচনৰ প্ৰতিষ্ঠাপক মহেন্দ্ৰ বৰুৱা উপস্থিত হয় আৰু
বিষয়টো ওপৰত উচিত তদন্ত কৰি ৰাজহুৱা কৰিবলৈ ডুমডুমা বন সংমণ্ডলৰ বিষয়া গৰাকীৰ লগতে জিলা উপায়ুক্তক আহ্বান জনায়!!

17/06/2024

↘️↘️ # #তিনিচুকীয়া জিলাৰ কথালগুৰী আদৰ্শ চিকিৎসালয় খন কেৱল ইদৰ উপলৈক্ষে বন্ধ কৰি ৰখাত চিকিৎসাৰ অৰ্থে অহা প্ৰসূতি লগতে অন্য ৰোগী সকলে দূৰ্ভুগ ভুগিব লগা হোৱাৰ লগতে চিন্তিত হৈ পৰিছে অঞ্চলবাখি আৰু Tinsukia হিউমেনিতি ফাণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক মহেন্দ্ৰ বৰুৱা উপস্থিত হৈ কয় যে IPD ব্যবস্থা কৰিব নোৱাৰিলেও opd ব্যবস্থা ব নকৰিলে ৰাইজ ৰাজপথলৈ ওলাই আহি আন্দোলন কৰিব।।

17/06/2024

↘️↘️ # #আজি পবিত্ৰ ঈদ উল জোহা, ঈদ উল জোহা উপলক্ষে তিনিচুকীয়াতো উলহ মালহ পৰিৱেশ।
তিনিচুকীয়া লাল বাংলাস্থিত মছজিদতো ইছলাম ধৰ্মালম্বী লোকসকলে পালন কৰে পৱিত্ৰ ঈদ।।

12/06/2024

# #মাৰ্ঘেৰিটাৰ ভিতৰপাৱৈত মহিলা আত্ম সহায়ক গোটৰ উদ্যোগত সজাগতা সভা!!

12/06/2024

📌📌 # #তিনিচুকীয়া থানা চাৰিআলিত বিশ্ব হিন্দু পৰিষদ বজৰং দলৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন।।

11/06/2024

⭕⭕ # #তিনিচুকীয়াৰ চিটি বাছ ষ্টেণ্ডত অ'টো চালকৰ প্ৰতিবাদ।।

10/06/2024

⭕ # #বাঘজান থানাৰ অন্তৰ্গত দিয়ামূলী চাহ বাগিছাৰ কলেজত অধ্যয়নৰত ছাত্ৰৰ নিৰুদ্দেশ।।

09/06/2024

⭕⭕ # #মাকুম ৰোডস্থিত আচাম এজেন্সি তেল ডিপো শৌচালয়ত অচিনাক্ত মৃত দেহ উদ্ধাৰ।।

08/06/2024

⭕⭕ # #অৱশেষত উদ্ধাৰ হল অবৈধ কয়লাখনিত সমাধীস্থ হোৱা দুই শ্ৰমিকৰ মৃতদেহ।।
==========

Address

Khan Mension, Tulsiram Road (Lal Bunglow)
Tinsukia
786125

Website

Alerts

Be the first to know and let us send you an email when PURBANCHAL BATORI posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to PURBANCHAL BATORI:

Share