News TODAY

News TODAY সঠিক তথ্যৰে সবল ৰূপত

08/07/2025

যোৰহাটৰ বকুলবনত ৰং তুলিকাৰে ৰাজপথত শতাধিক কণ কণ শিশু

08/07/2025

তিনিচুকীয়া জিলাৰ পানীতোলা স্বৰ্ণ শাখা সাহিত্য সভাৰ উদ্যোগত কবিতা আবৃত্তি প্ৰতিযোগিতা সম্পন্ন

08/07/2025

বৰুৱাহোলা আদৰ্শ প্ৰাথমিক বিদ্যালয়ত সৃষ্টি চ'ৰা সম্পন্ন

অহা ৯ জুলাই, অসমত ২৪ ঘণ্টীয়া চকা বন্ধ ঘোষনা
07/07/2025

অহা ৯ জুলাই, অসমত ২৪ ঘণ্টীয়া চকা বন্ধ ঘোষনা

07/07/2025

সমন্বয় নৃত্য একাডেমীৰ শাখা ২, প্ৰয়াস নৃত্যালয় শুভাৰম্ভণি

07/07/2025

📌পানীতোলাত বিশেষ অভিনন্দন অনুষ্ঠান সম্পন্ন
📌পানীতোলাৰ পানীতোলা শ্ৰী শ্ৰী মায়ামৰা পানীতোলা বৰ নামঘৰত অনুষ্ঠিত হয় উক্ত অভিনন্দন অনুষ্ঠান
📌উক্ত অনুষ্ঠানত স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ বঁটা প্ৰাপক পানীতোলাৰ যজ্ঞেশ্বৰ চেতিয়া আৰু সমাজ কৰ্মী পংকজ কুমাৰ বৰাক সম্বৰ্ধনা জ্ঞাপন

ইউৰেকা ইনষ্টিটিউট অহা ৯ জুলাইত শুভ উদ্বোধনী অনুষ্ঠান
07/07/2025

ইউৰেকা ইনষ্টিটিউট
অহা ৯ জুলাইত শুভ উদ্বোধনী অনুষ্ঠান

07/07/2025

যোৰহাটত সদৌ অসম অনুসূচিত জাতি মহিলা সন্মিলনী পূৰ্ণাংগ কেন্দ্ৰীয় সমিতি গঠন

07/07/2025

নিশা কলিয়াবৰৰ হাটবৰত পথ ভয়ংকৰ দূৰ্ঘটনা

07/07/2025

গাঁওখনকলৈ বনগীতৰ শিল্পী লুইত দাসে লিখি সুৰ দিলে এটি গীতত
কণ্ঠ দিলে পানীতোলাৰ ৰিম্লী গগৈয়ে

📌দূৰ্গা ভূমিজ, প্ৰাক্তন বিধায়ক তিনিচুকীয়া কংগ্ৰেছ কমিটীৰ সভাপতি আৰু শিৱনাথ চেতিয়া তিনিচুকীয়া জিলা কংগ্ৰেছৰ সাধাৰণ সম...
06/07/2025

📌দূৰ্গা ভূমিজ, প্ৰাক্তন বিধায়ক তিনিচুকীয়া কংগ্ৰেছ কমিটীৰ সভাপতি আৰু শিৱনাথ চেতিয়া তিনিচুকীয়া জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক হিচাপে নিযুক্তি

06/07/2025

সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতি পুনৰ গঠন

Address

Tinsukia

Alerts

Be the first to know and let us send you an email when News TODAY posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share