31/08/2026
📌সোণাপুৰৰ টোল গেটত উত্তপ্ত পৰিস্থিতি
📌স্থানীয় ৰাইজ-দল সংগঠনে ওফৰাই দিলে টোলগেটৰ টোলকৰ সংগ্ৰহ কৰা গেইট
📌ৰাষ্ট্ৰীয় ঘাইপথ পুনৰ নিৰ্মাণ নকৰা পৰ্যন্ত টোলকৰ নিদিয়াৰ হুংকাৰ ৰাইজৰ
📌ঘটনাস্থলীত সোণাপুৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা