P TIME

P TIME Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from P TIME, Digital creator, Tinsukia.

23/06/2026

⭕চিনেমাৰ দৃশ্যকো চেৰ পেলালে ! স্কৰ্পিঅ’ৰ সন্ত্ৰাসত কঁপি উঠিল বাণিজ্যিক চহৰ...

21/06/2026

🟣এইয়া কি আসন ?

21/06/2026

⭕এইয়া কি...?

26/05/2026

BREAKING NEWS

সোমবাৰে চেংচাপ আৰক্ষী থানাৰ অন্তৰ্গত ন-পতীয়া গাঁৱত এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয় ।

এখন তীব্ৰবেগী বাইকৰ খুন্দাত দীপশিখা গুৰুং নামৰ ৩ বছৰীয়া কন্যা শিশুৰ মৃত্যু হোৱাৰ লগতে আন এটি সমবয়সীয়া দেৱশিশু গুৰুত্বভাৱে আহত হয় ।

ঘটনাৰ পাছতেই স্থানীয় ক্ষুব্ধ ৰাইজে বাইক আৰোহীক গ্ৰেপ্তাৰ কৰাৰ দাবীত চেংচাপ আৰক্ষী থানা ঘেৰাও কৰে ।

📌অসমত ভূটানৰ প্ৰধানমন্ত্ৰী ছেৰিং টবগে। নলবাৰী কনভেনশ্যন চেন্টাৰত প্ৰধানমন্ত্ৰীগৰাকীক আদৰণি নলবাৰী জিলা প্ৰশাসনৰ।
25/05/2026

📌অসমত ভূটানৰ প্ৰধানমন্ত্ৰী ছেৰিং টবগে। নলবাৰী কনভেনশ্যন চেন্টাৰত প্ৰধানমন্ত্ৰীগৰাকীক আদৰণি নলবাৰী জিলা প্ৰশাসনৰ।

Address

Tinsukia

Telephone

+917896639005

Website

Alerts

Be the first to know and let us send you an email when P TIME posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share