09/09/2025
সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ উদ্যোগত ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাৰ আতিথ্যত তথা ডুমডুমাবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত হোৱা সদৌ অসম ভিত্তিত প্ৰথম বাৰ্ষিক ভাওনা প্ৰতিযোগিতা অহা ইংৰাজী ১১ৰপৰা ১৬ অক্টোবৰ ২০২৫ চন তাৰিখলৈকে ডুমডুমা নগৰ খেলপথাৰত অনুষ্ঠিত কৰিবলৈ লোৱাত ডুমডুমা অঞ্চলৰ ৰূপাই চাৰি ভাগ নামঘৰত উপস্থিত হৈ ভকত সকলৰ লগতে আইসকলৰ আশিবাদ গ্ৰহন কৰোঁ লগতে প্ৰতিদিনে সহায় সহযোগিতা লগতে দিহা পৰামৰ্শ একান্তৰে কামনা কৰোঁ।
Utpal Sarma
Samiran Phukon
Protim Neog
Konseng Gogoi
All Assam Students' Union - AASU
সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থা
Doomdooma Regional Students Union-AASU