Bhoiravi FNB

Bhoiravi FNB Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Bhoiravi FNB, Digital creator, Tinsukia.
(9)

ধন্যবাদ আপোনা লোকক আমৰ এই page ত আহা বাবে
যদি Video বোৰ চাই ভাল পাইছে Like Comment Share আৰু Follow কৰিব নাপাহৰিব
Jay Hind Jay Bharat জয় আই অসম ধন্যবাদ

01/06/2026

#ইমান ওঁপৰত উঠিব নালাগে বুলি কয় মই চাই দিলো

22/05/2026

#মন যোৱা সময় কনত সকলো কৰো

17/05/2026

#নিজৰ জিৱনতে ইমান দুখ কি বুলি নু আনৰ দুখত সান্তনা দিম

আজি মোৰ মৰমৰ ভাইটি ঘৰ খনৰ পৰা ওলাই যোৱা দুবছৰ বছৰ হয় গ'ল😔 আজি লৈকে ঘূৰি নাহিল🙏 আপোনালোকে আৰ্শীৰবাদ কৰিব সি যতেই আছে ভালে...
17/05/2026

আজি মোৰ মৰমৰ ভাইটি ঘৰ খনৰ পৰা ওলাই যোৱা দুবছৰ বছৰ হয় গ'ল😔 আজি লৈকে ঘূৰি নাহিল🙏 আপোনালোকে আৰ্শীৰবাদ কৰিব সি যতেই আছে ভালে কুশলে থাকক❤️ এই কেই দিন সপোনত দেখিয়ে আছো😭 আৰু আজি মনটু মনাব পৰা নাই। সেই বাবে চাকি এগজ জলাই সেৱা কৰি আহিলো। চুনু তোমি যতেই আছা ভাল কৈ থাকিবা। আৰু এদিন আহিবা মোৰ ভগৱানৰ ওপৰত বিশ্বাস আছে এদিন তোমাক আমাৰ মাজলে পঠিয়াই দিব🙏❤️😭

14/05/2026

#মানুহজন কাম কৰিব যোৱা বাবে সময় বোৰ পাৰ কৰিবলে বাহোত কষ্ট হৈছে মোৰ বাবে

13/05/2026

#মৰমতে সাচি ৰাখিলো🥰

12/05/2026

#পইচা নহলে মানুহৰ পৰা ভাল ব্যৱহাৰ নাপাই

11/05/2026

#আঠ মঙলা খাবলৈ আহিছে মানুহজন আৰু মই ৰান্ধনি

10/05/2026

#আজি মইয়ে পাচলি বজাৰ কৰিব যাম

09/05/2026

#ইমান দূৰলে মই বিয়া হ'লো ঘৰৰ মানুহ আহো ক'লে আহিব নোৱাৰে😔

Address

Tinsukia

Website

Alerts

Be the first to know and let us send you an email when Bhoiravi FNB posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Bhoiravi FNB:

Share