PORAG SUMU

PORAG SUMU Poragjyoti Charingia Phukan

01/09/2024

অ মোৰ আপোনাৰ দেশ ।। অসমৰ জাতীয় সঙ্গীত পৰিবেশন হৈছে বাৰ্মিংহামত ।। 👉সামাজিক মাধ্যমৰ পৰা সংগ্ৰহীত

26/03/2024

শিৱসাগৰ সন্মিলিত ছোৱালী হুঁচৰি দল ।

সকলোৱে Share কৰিব !



26/03/2024

ইমান সুন্দৰ কণ্ঠ !.....🔥
কণ্ঠ :- Nikhita Gogoi

সকলোৱে Share কৰিব !

Follower's

Pageতোত গৈ like, comment, share কৰি দিব......
29/10/2023

Pageতোত গৈ like, comment, share কৰি দিব......

ফটো প্ৰতিযোগিতা -
নাম-ৰিম্পী বৰা ,ঠিকনা-ৰূপজান ফিল'বাৰী ।
গামোচা অসমৰ জাতীয় সম্পদ ফেচবুক পেজৰ দ্বাৰা তৃতীয় বাৰ্ষিক জন্মদিনৰ উপলক্ষে জাতীয় সাজ-পোছাক পৰিধান কৰি অনলাইন মাধ্যমেৰে ফটো প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে ২৬- ১০-২০২৩ তাৰিখৰ পৰা ৭-১১-২০২৩ লৈকে.
নিয়মাৱলী-
১/ নাম, ঠিকনা সৈতে 8761810050 whatapp নাম্বাৰত প্ৰেৰণ কৰিব লাগিব
২/ মহিলা সকলে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব
৩/লাইক কমেন্ট শ্বেয়াৰ ওপৰত নিৰ্ভৰ কৰি বিবেচনা কৰা হব
৪/নম্বৰ সমূহ- লাইক -২ ,কমেন্ট-৪ , শ্বেয়াৰ- ৫ আৰু সাজ-পোছাক ৫ নম্বৰ ।
৫/বিচাৰক হিচাপে বিহুৱতী শ্রীমতী মাইনা বৰগোহাঁই
৬/ পেজখনত পোনপটীয়া লাইক কমেন্ট শ্বেয়াৰ নম্বৰ ধৰা হব।
৭/প্ৰতিযোগিতাত প্ৰথম, দ্বিতীয়, তৃতীয় পুৰস্কাৰে
পুৰস্কৃত কৰা হব
৮/প্ৰতিযোগী সকলৰ নাম ঠিকনা লিখি আমালৈ Whatapp নম্বাৰত প্ৰেৰণ কৰক -৮৭৬১৮১০০৫০
৯/ ফেচবুক পেজটি Follow
কৰাটো বাধ্যতামুলক 🙏🙏
১০/ সাজ-পোছাক পৰিধান কৰাটো বাধ্যতামুলক
১১/ ফেচ'বুক গুৰুপত শ্বেয়াৰ কৰিলে নহব আৰু নিজৰ ফেচবুক একাণ্ট পৰা এবাৰহে শ্বেয়াৰ কৰিব পাৰিব । নহলে বাতিল কৰিম । কমেন এটা একাণ্টৰ পৰা এটা নাম্বাৰ হে যোগ হব । দুই তিনিটা কমেন এটা একাণ্ট পৰা দিলে নহব । কমেনত ৰিপ্লাই নাম্বাৰ ধৰা নহব ।

আগন্তক নতুন বছৰ সকলোলৈ আগতিয়াকৈ হিয়া ভৰা মৰম আৰু শুভেচ্ছা জনালোঁ ।
মুখ্য সম্পাদক
দ্বীপ বৰুৱা

26/10/2023

বিহু আচল ...
আজ্জৈ

30/09/2023

শিৱসাগৰ জিলাৰ দৰিকাপাৰৰ ৰ্নিবাসী লোকবাদ্য শিল্পী শ্ৰদ্ধাৰ শ্ৰীযুত দ্বীজেন গগৈ দেৱে বাঁহৰ পৰা নিৰ্মাণ কৰি উলিওৱা চৌদ্ধ (১৪) ফুট দীঘল পেঁপা ।
এই বিশেষ পেঁপাটো একেদাল বাঁহত নিৰ্মাণ কৰা আছে ।

30/09/2023

10B আৰু HB pencil ৰে A4 size শ্ৰদ্ধাৰ ককাই শ্ৰী নয়নজ্যোতি চাঃ ফুকন



30/09/2023

শিৱসাগৰ জিলাৰ দৰিকাপাৰৰ ৰ্নিবাসী লোকবাদ্য শিল্পী শ্ৰদ্ধাৰ শ্ৰীযুত দ্বীজেন গগৈ দেৱে নিৰ্মাণ কৰি উলিওৱা ষোল্ল (১৬) ফুট দীঘল বাঁহী ।
এই বিশেষ বাঁহীটোত সাঁত (৭) টা বাঁহী একেদাল বাঁহত নিৰ্মাণ কৰা আছে । বাঁহীটো একেলগে সাত (৭) গৰাকী ব্যক্তিয়ে একে সময়তে বজাব পাৰি ।

Address

Tinsukia
786160

Alerts

Be the first to know and let us send you an email when PORAG SUMU posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to PORAG SUMU:

Share