Kakopather Live

Kakopather Live Kakopather Live

⭕ভয়ংকৰ কূটাঘাটৰ পৰা ৰক্ষা পৰিল তিনিচুকীয়া জিলা⭕হিন্দী চিনেমাৰ কাইডাৰে আটক অস্ত্ৰ-শস্ত্ৰৰে সুসজ্জিত আলফা স্বাধীনৰ দুই কেড...
27/06/2026

⭕ভয়ংকৰ কূটাঘাটৰ পৰা ৰক্ষা পৰিল তিনিচুকীয়া জিলা
⭕হিন্দী চিনেমাৰ কাইডাৰে আটক অস্ত্ৰ-শস্ত্ৰৰে সুসজ্জিত আলফা স্বাধীনৰ দুই কেডাৰ
⭕তিনিচুকীয়া জিলাৰ সীমান্ত জাগুনত আটক কৰে দুই দুৰ্ধ*ৰ্ষ আলফা কেডাৰক
⭕ম্যানমাৰৰ পৰা অৰুণাচল হৈ আহি তিনিচুকীয়া জিলাত প্ৰৱেশ কৰিছিল দুই দুৰ্ধৰ্ষ আলফা কেডাৰে
⭕AR 20A 5892 নম্বৰৰ ছুইফ্ট বাহনেৰে প্ৰৱেশ কৰিছিল অসমত

    news 📍.শোকবহ পথ দুৰ্ঘটনা 📍. কাকপথাৰ লজুমত পথ দুৰ্ঘটনা
17/04/2026

news

📍.শোকবহ পথ দুৰ্ঘটনা
📍. কাকপথাৰ লজুমত পথ দুৰ্ঘটনা

04/04/2026
তিনিচুকীয়াৰ ঘটনাৰ দায়িত্ব স্বীকাৰ আলফা (স্বাঃ)ৰ। ‘অপাৰেশ্যন বুজনি’ নামেৰে অভিহিত এই আক্ৰমণ।  Live
22/03/2026

তিনিচুকীয়াৰ ঘটনাৰ দায়িত্ব স্বীকাৰ আলফা (স্বাঃ)ৰ। ‘অপাৰেশ্যন বুজনি’ নামেৰে অভিহিত এই আক্ৰমণ।

Live

22/03/2026

🔴 তিনিচুকীয়া জিলাৰ অসম অৰুণাচল সীমান্তৰ জাগুনৰ ১০ মাইলস্থিত অসম আৰক্ষী কামাণ্ডো শিবিৰত ভয়ংকৰ আক্ৰমণ।‌
🔴 গ্ৰেনেড নিক্ষেপৰ লগতে ধাৰাসাৰ গুলীবৰ্ষণেৰে আৰক্ষী শিৱিৰত চলোৱা হৈছিল আক্ৰমণ।
🔴 ঘটনাৰ সৈতে নিষিদ্ধ ঘোষিত বিদ্ৰোহী সংগঠন আলফা স্বাধীন জড়িত থকাৰ সন্দেহ।
🔴 আক্ৰমণত আৰক্ষীৰ চাৰিজন জোৱান সামান্য ভাৱে আঘাতপ্ৰাপ্ত। এজন গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত।
🔴 আৰক্ষী জোৱান কেইজনক ততাতৈয়াকৈ ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ।
🔴 ইতিমধ্যে ঘটনাস্থলীত উচ্চ পৰ্যায়ৰ আৰক্ষী বিষয়া উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।

📌চৰাইদেউত  NSCN(KYA)ৰ দুৰ্ধৰ্ষ কেডাৰ ৱাংপয় কন্যাকক গ্ৰেপ্তাৰ। ৱাংপয় কন্যাকৰ পৰা জব্দ এটা স্বয়ংক্ৰিয় পিষ্টল, এটা এয়াৰ পিষ...
19/03/2026

📌চৰাইদেউত NSCN(KYA)ৰ দুৰ্ধৰ্ষ কেডাৰ ৱাংপয় কন্যাকক গ্ৰেপ্তাৰ। ৱাংপয় কন্যাকৰ পৰা জব্দ এটা স্বয়ংক্ৰিয় পিষ্টল, এটা এয়াৰ পিষ্টল,৫৭ ৰাউণ্ড সজীৱ গুলী,৩টা ডিটেনেটৰ, ২৬ টা ৱাকিটকী আৰু বহু আপত্তিজনক নথি-পত্ৰ। চৰাইদেউ আৰক্ষী আৰু অসম ৰাইফলছৰ যুটীয়া অভিযানত অসম-নাগালেণ্ড সীমান্তৱৰ্তী লাদৈগড় আইৰণ দলঙৰ সমীপত গ্ৰেপ্তাৰ কন্যাকক।

Address

Kakopather
Tinsukia

Website

Alerts

Be the first to know and let us send you an email when Kakopather Live posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share