Ankur konwar

Ankur konwar হাঁহি থাকা সূখত থাকা

01/01/2025
উফ ৰাম
07/12/2024

উফ ৰাম

11/10/2024

কংগ্ৰেছৰ দিনত কিন্তুু দূগা পূজাত ইমান বৰষুণ দিয়া নাছিল দেই ।

😭😭
10/10/2024

😭😭

23/09/2024

আহিল আহিল আমাৰ ফালেও বৰষুণ আহিল ।

22/09/2024

Jio dhan dhanadhan

12/09/2024

ভাল নাটক এখন খেলিলে কিন্তুু অসম আৰক্ষী য়ে ।

23/08/2024

যাযাবৰী সুখৰ প্ৰলাপ
এঢলীয়া চিঠিৰ ভাজত,
একে লগে আলাপৰ অভাৱ
কেনি গুছি যায় ভোকাতুৰ মন
মলিয়ন বতাহ আহে, যায়
তুলসী চাকি নুমুৱাই,
এটি মনৰ সন্ধানত
সেই বাটলৈ,
য'ত বৰদৈচিলাত তিতিছিলো

মইএবাৰ এওৰ ভৰিখন সেৱা কৰিব বিছাৰো ।
23/07/2024

মইএবাৰ এওৰ ভৰিখন সেৱা কৰিব বিছাৰো ।

21/07/2024

কটকটীয়া আবেষ্টনীৰ মাজতো
কথাবোৰ স্বাধীনচিতীয়াকৈ ওলাই আহিছে
অস্পৃশ্যতাৰ বান্ধোনত ধৰফৰাই উঠা কলিজাটোৱে
অনুভৱৰ একলম পৃষ্ঠা জুৰিছে।

Address

Tinsukia

Alerts

Be the first to know and let us send you an email when Ankur konwar posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Ankur konwar:

Videos

Share