News Time NE Digital

News Time NE Digital Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from News Time NE Digital, News & Media Website, TINSUKIA ASSAM, Tinsukia.

15/10/2025

জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ সৈতে জড়িত অভিযুক্তক চৰকাৰী আতিথ্য দিয়াৰ অভিযোগ, জাউৰ খাই উঠিল AI SF।

15/10/2025

শীঘ্ৰে লাগে ন্যায়': জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পীক সুঁৱৰি ক্ৰন্দিত কণ্ঠশিল্পী দেৱজিৎ শ্বাহা।

15/10/2025

📌ADRE চতুৰ্থ বৰ্গৰ চূড়ান্ত বাচনিত উজলিল জুৰীয়াৰ মুকুন্দ আটি গাঁৱৰ অতি দৰিদ্ৰ পৰিয়ালৰ ইয়াছিন ৰাব্বানী ।

15/10/2025

আৰক্ষীলৈ শিলগুটি নিক্ষেপ প্ৰতিবাদকাৰীৰ। শ্যামকানু-সিদ্ধাৰ্থসহ ৫ অভিযুক্ত জে'লত উপস্থিত হোৱাৰ পাচতে বাক্সাত তীব্ৰ উত্তেজনা

14/10/2025

▶'জিকি আহিলে ট্ৰফী চাম বুলি কৈছিল,কিন্তু আজি জুবিন মামা নাই'

▶'তথাপিও তেওঁক দেখুৱালো ট্ৰফী,ভগবান জুবিন মামাক ঘূৰাই দিয়া'

▶জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰত 'Super Dancer Chapter 5' ৰ বিজয়ী আধ্যাশ্ৰী উপাধ্যায়

14/10/2025

জুবিন গাৰ্গৰ মৃত্যুৰ ২৬ দিন পাছতো অনুৰাগীৰ ভিৰ: সমাধিস্থলত 'হৰি নাম'ৰে মুখৰিত পৰিৱেশ, ন্যায় নোপোৱাত ক্ষুব্ধ শুভাকাংক্ষীসকল।

14/10/2025

জুৰীয়াত অগপৰ প্ৰতিষ্ঠা দিৱস; প্ৰতিষ্ঠা দিৱসৰ মঞ্চৰ পৰাই জুবিন গাৰ্গৰ ন্যায় বিচাৰি চৰকাৰক দাবী অগপ নেতা-কৰ্মীৰ।

14/10/2025

২০২৬ নিৰ্বাচনৰ লক্ষ্যৰে অসমত মুছলিম ৰাষ্ট্ৰীয় মঞ্চৰ ব্যাপক সাংগঠনিক তৎপৰতা; জিলাই জিলাই চলিছে গোপন কমিটি গঠন।

14/10/2025



👉 লামডিঙত মৌলনা হাফিজ আল্লাউদ্দিন চৌধুৰীৰ বিৰুদ্ধে গোচৰ ৰুজু ৷

👉 আন্ত: ৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু ৰাষ্ট্ৰীয় বজৰং দলে মৌলনা গৰাকীৰ বিৰুদ্ধে লামডিং থানাত এজেহাৰ দাখিল কৰিছে ৷

👉 মৌলনা গৰাকীয়ে ছচিয়েল মিডিয়াৰ জড়িয়তে জুবিন অনুৰাগীলৈ দিপাৱলী তথা কালি পূজা পালন নকৰিবলৈ আহ্বান জনাই ভিডিঅ' বনাইছিলে ৷

👉 সেই ভিডঅ'ৰ ভিক্তিতে আজি লামডিঙত হোজাই চৌধুৰী বজাৰৰ নিৱাসী তথা অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সম্পাদক মৌলনা আল্লাউদ্দিন চোধুৰীৰ বিৰুদ্ধে এজেহাৰ দাখিল কৰিছে ৷

14/10/2025

লামডিঙৰ শাস্ত্ৰী গাওঁত ডঃ ভীমৰাও আম্বেদকাৰৰ প্ৰতিমূৰ্তি স্থাপন; পাঁচ শতাধিক ৰাইজৰ অংশগ্ৰহণত জাকজমকতা অনুষ্ঠান।

13/10/2025

জুবিন গাৰ্গৰ সমাধিস্থলীত অনুৰাগীৰ ভিৰ, 'মায়াবিনী' গীতেৰে মুখৰিত সোণাপুৰ

13/10/2025

সোণাপুৰৰ জুবিন ক্ষেত্ৰত উপস্থিত অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ

Address

TINSUKIA ASSAM
Tinsukia
786125

Alerts

Be the first to know and let us send you an email when News Time NE Digital posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to News Time NE Digital:

Share