18/09/2025
▶️ অসম-মেঘালয় সীমান্তত পুনৰ বাহন চলাচল বাধাগ্ৰস্ত
▶️ অল মেঘালয় খাচী টুৰিষ্ট টেক্সি ইউনিয়নৰ বাধা অব্যাহত
▶️ পৰ্যটক কঢ়িয়াই নিয়া বাহনৰ ওপৰত দাবী-ধমকি
▶️ মেঘালয় টেক্সি সন্থাক প্ৰত্যুত্তৰ দিয়াৰ আহ্বান অসম চালক সন্থাৰ