MAKUM FIRST

MAKUM FIRST সততা, নির্ভীক।

11/08/2026

📌 माकुम में लगातार पावर कट
📌 भीषण गर्मी से जनता परेशान
📌 24 घंटे बिजली आपूर्ति का वादा निकला खोखला
📌 बिजली विभाग के रवैये पर तिनसुकिया जिला छात्र संघ ने जताया आक्रोश

08/08/2026

📌 মাকুমবাসীৰ বাবে এক ডাঙৰ খবৰ: মাকুমৰ এ.টি. ৰোডত "অভয় সুইটছ, বেকাৰী এণ্ড ফাষ্টফুড"ৰ ভৱ্য শুভাৰম্ভ।

01/08/2026

📌 'শিৱসাগৰত নিষিদ্ধ কয়লা, শিল ভৰ্তি বাহন। বাহন দেখিলেই ভাঙি পেলোৱা হ'ব'।
📌 কয়লা মাফিয়া, শিল মাফিয়াক কাণত ধৰি আঁঠু কঢ়াই থোৱা হ'ব'। উজনিৰ বানৰ পিছতে কঠোৰ সকীয়নি জাতীয় সংগ্ৰামী সেনাৰ নেতা চিতু বৰুৱাৰ।

01/08/2026

📌 'আধাৰৰ সৈতে বেংক একাউন্ট সংযোগ নকৰিলে নাপাব অৰুণোদয়।
📌 ভুৱা হিতাধিকাৰী ৰোধ কৰিবলৈ কঠোৰ চৰকাৰ। যদি আপোনাৰো লিংক হোৱা নাই আজিয়েই কৰক সংযোগ।' মুখ্যমন্ত্ৰীৰ ঘোষণা।

31/07/2026

📌 কোনো মন্ত্ৰী-বিধায়কে চাইৰেন বজাই যাব নোৱাৰিব শিৱসাগৰলৈ!
📌কাক কাক শাস্তি দিবলৈ সাজু বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা

30/07/2026

📌 বন্যাতৰ বাবে অহা পানাৰ বটল বিক্ৰী কৰা দোকান বন্ধ কৰিলে বীৰ লাচিত সেনাই।
📌 শিৱসাগৰৰ চুপ্রিম চুইটছৰ স্বত্বাধিকাৰী প্ৰবীৰ ঘোষক ভৱিষ্যতে ব্যৱসায় কৰিবলৈ নিদিয়াৰ হুংকাৰ বীৰ লাচিত সেনাৰ।

29/07/2026

📌 "आगामी 'बोल बम' यात्रा को लेकर तिनसुकिया जिला छात्र संस्था ने किया विशेष आह्वान.

26/07/2026

📌 असम शिवसागर में बाढ़ पीड़ितों की मदद के लिए आगे आई 'माकुम माँ परिवार वेलफेयर सोसाइटी', 300 से अधिक परिवारों को बांटी जाएगी राहत सामग्री।

25/07/2026

ডিব্ৰুগড়ত ভাৰত মটৰছৰ উদ্যোগত এক ড্ৰাইভাৰ মিট (Driver Meet) অনুষ্ঠান সফলতাৰে সম্পন্ন হৈছে।
​

Address

Tinsukia

Website

Alerts

Be the first to know and let us send you an email when MAKUM FIRST posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share