তিনিচুকীয়া Online Radio

তিনিচুকীয়া Online Radio Digital Radio Service in Assam

15/03/2025
15/03/2025

“ মোক এজন নিজৰে ভাই-ককাই বুলি ধৰি লৈ সকলো ড্ৰাগছ আসক্তই নিৰ্ভয়ে তথা খোলা মনেৰে চিকিৎসা সেৱা ল’ব পাৰে ৷ মোক ছাৰ-তাৰ বুলিও ক’ব নেলাগে ৷ তিনিচুকীয়া ছিভিল হাস্পতাললৈ আহি বিনামূলীয়াকৈ গ্ৰহণ কৰক চিকিৎসা সেৱা ৷ মই সকলোৰে বাবে ৰৈ আছোঁ ৷ সমাজখনক এই বিষাক্ত বৰ বিহৰ পৰা ৰক্ষা কৰিবলৈ মই দায়বদ্ধ ৷ প্ৰত্যেকগৰাকী ড্ৰাগছ আসক্তকে স-সন্মান, মৰম তথা উপযুক্ত সেৱাৰে সামৰি চিকিৎসা কৰা হ’ব ৷ ইমানবোৰ ঔষধ আৰু চিকিৎসাৰ ব্যৱস্থা থাকিও কিয় আজিও অধিকাংশই চিকিৎসাৰ বাবে আগবাঢ়ি অহা নাই সেইকথা প্ৰত্যক্ষ কৰি কেতিয়াবা মোৰ চকু পানী ওলাই যায় ৷” এই মন্তব্য তিনিচুকীয়া চিভিল হাস্পতালৰ জ্যেষ্ঠ চিকিৎসক ডা° নিতু বৰুৱাৰ ৷৷

Address

Tinsukia

Alerts

Be the first to know and let us send you an email when তিনিচুকীয়া Online Radio posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to তিনিচুকীয়া Online Radio:

Share

Category