Assam First 24x7

Assam First 24x7 A Part Of Assam First & Breaking First Samachar 24x7 leading Digital News Portal

16/09/2026

'মই অহা দেখি ৰকিবুল হুছেইনৰ জুই লাগিছে'

16/09/2026

অখিল গগৈৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰিলে ৰকিবুল হুছেইনে

16/09/2026

‘১০বাৰমান এমএলএ হলেই অভিজ্ঞ নহয়’
👉‘নিজেই কেবিনেট মন্ত্ৰী হৈ ৰাইজৰ কাৰণে কি কৰিলে ৰকিবুলে?’
শ্বেৰমান আলী

16/09/2026

ফাষ্টট্ৰেক কৰ্টত উপস্থিত চিংগাপুৰৰ প্ৰৱাসী অসমীয়া দেৱজ্যোতি হাজৰিকা

16/09/2026

প্ৰধান মন্ত্ৰীৰ birthday পাতিব লাগে বানপানীৰ সময়ত মাত এটা নাই বিজেপি চৰকাৰক তীব্ৰ কটাক্ষ কণ্ঠশিল্পী নিলোৎপল বৰাৰ

16/09/2026

পকা মিস্ত্ৰীৰ কণ্ঠত জুবিন গাৰ্গৰ চিৰসেউজ গীত

16/09/2026

ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে এআইইউডিএফ নেতা বদৰুদ্দিন আজমলৰ সু-সম্পৰ্ক আছে'

'মুখ্যমন্ত্ৰীক মিঞাৰ ভোট লাগে নে নালাগে ?'

'মুখ্যমন্ত্ৰীৰ মুখ দেখিলেই মুছলমানে ভোট নিদিয়ে"

: ৰকিবুল হুছেইন

16/09/2026

ধুবুৰীৰ স্ব-গৃহত ৰামানুজৰ নশ্বৰদেহ আহি পোৱাৰ পাছতে স্থানীয় লোকৰ ক্ষোভ।

16/09/2026

"অসমৰ সম্পদ হেৰাই গ'ল" ৰামানুজৰ পিতৃৰ মন্তব্য।

15/09/2026

মোৰ খেলাৰ ইচ্ছা নাছিল, দলৰ core কমিটিয়ে সিদ্ধান্ত লোৱাৰ কাৰণে আগবাঢ়িছো,
আজমল

Address

Tinsukia

Website

Alerts

Be the first to know and let us send you an email when Assam First 24x7 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share