27/02/2024
চেনাইৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ডঃ মুকুট গোহাঁইৰ ‘এনমেটাজোবেক্টাম’ ভাৰতীয় বিজ্ঞানীয়ে উদ্ভাৱন কৰা আৰু আমেৰিকাৰ FDA এপ্ৰুভ কৰা প্ৰথম এণ্টিবায়’টিক হিচাবে পৰিগণিত হৈছে। বিশ্ব দৰবাৰলৈ মুকুটৰ এই যাত্ৰাক অভিনন্দন।
Enmetazobactam, the first antibiotic invented by Indian scientists, has received approval from the US FDA and EMA to treat UTIs. It will be marketed as Exblifep. Dr. Mukut Gohain, a scientist from Tinsukia, played a key role in its invention.