Eco Blossom Nursery

Eco Blossom Nursery Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Eco Blossom Nursery, Digital creator, NH-15 Tokowpathar(Kakopathar), Tinsukia.

13/06/2026
25/05/2026
নগা টেঙা পুলি লাগিলে যোগা যোগ কৰিব 6900538689
10/05/2026

নগা টেঙা পুলি লাগিলে যোগা যোগ কৰিব 6900538689

বহুতে আমাক ফোন কৰি আমাৰ নাৰ্চাৰীত কি কি পুলি পোৱা যায় বুলি সুধি আছিল । গতিকে আমাৰ ECO BLOSSOM NURSERYত উপলদ্ধ ফুল মূলৰ ল...
03/05/2026

বহুতে আমাক ফোন কৰি আমাৰ নাৰ্চাৰীত কি কি পুলি পোৱা যায় বুলি সুধি আছিল । গতিকে আমাৰ ECO BLOSSOM NURSERYত উপলদ্ধ ফুল মূলৰ লগতে গছৰ পুলি সমূহৰ নাম তালিকাখন তলত উল্লেখ কৰি দিলো ।

১/ অম্ৰপালী আম
২/ মিয়াজাকী
৩/ বানানা মেংগু
৪/ বল সুন্দৰী(আপেল বগৰী)
৫/ মিছ ইণ্ডিয়া
৬/ চেদলেছ লিচু
৭/ বিলাতী লিচু
৮/ ব'ম্বে লিচু৮/ চাহী লিচু
৯/ হাৰবিট নাচপতি(কাটিং)
১০/চিকু(চেপেটা)
১১/ ৰেদ ডাইণ্ড মধুৰী
১২/VNR মধুৰী
১৩/ কাজিনেমুAssam Lemon)(কাটিং)
১৪/ গুল নেমু(কাটিং)
১৫/থাই পিং কঠাল/
১৬/কমলা(লোকে)
১৭/পনিয়ল
১৮/নাৰীকল(কেৰেলীয়ান)
১৯/শিলিখা
২০/মৌচুমী
২১/অনামেণ্টেল কমলা
২২/মালটা
২৩/ নগা টেঙা
24/G9 কলৰ পুলি
২৫/স্পপ্না অমিতা পুলি
গছ পুলিঃ
-১/ ৰঙা চন্দন
২/বগা চন্দন
৩/ মেহগনি
৪/দেৱ দাৰু
৫/ বকুল
৬/ কাঞ্চ
৭/পায়েন
৮/ মহানিম
৯/ নাহৰ
১০/ কৃষ্ণচুড়া

মছলা পুলিঃ-
১/ অলস্পাইছ
২/ জেষ্ট মধু
৩/ তেজপাত
লগত বিভিন্ন ধৰণৰ Idoor plantআৰু Outdoor plantৰ ফুলৰ পুলিও উপলদ্ধ । যোগাযোগৰ নম্বৰ 6900538689.

😊 আপোনাক বহুত ধন্যবাদ জনাইছো
04/04/2026

😊 আপোনাক বহুত ধন্যবাদ জনাইছো

Address

NH-15 Tokowpathar(Kakopathar)
Tinsukia
786152

Opening Hours

Monday 6am - 8pm
Tuesday 6am - 8pm
Wednesday 6am - 8pm
Thursday 6am - 8pm
Friday 6am - 8pm
Saturday 6am - 8pm
Sunday 6am - 8pm

Website

Alerts

Be the first to know and let us send you an email when Eco Blossom Nursery posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share