Poli Saikia

Poli Saikia সদায় আগবাঢ়ি যাবা🥰কেতিয়াও পিছলৈ ঘূৰি নাচাবা👍plz সকলোৱে মোৰ new page টো follow কৰি ৰাখিব🙏

আজি সৰস্বতী পূজাত দেহাজনী
23/01/2026

আজি সৰস্বতী পূজাত দেহাজনী

বিশ্বৰ সকলোতকৈ ওখ শিৱলিংগ (বিহাৰত)হৰ হৰ মহাদেৱ🙏হৰ হৰ মহাদেৱ 🙏হৰ হৰ মহাদেৱ 🙏 সুখে ৰাখিবা, শান্তিত ৰাখিবা, সত্যত ৰাখিবা, ...
23/01/2026

বিশ্বৰ সকলোতকৈ ওখ শিৱলিংগ (বিহাৰত)
হৰ হৰ মহাদেৱ🙏
হৰ হৰ মহাদেৱ 🙏
হৰ হৰ মহাদেৱ 🙏
সুখে ৰাখিবা, শান্তিত ৰাখিবা, সত্যত ৰাখিবা, ভুল ৰাস্তা নহয় শুদ্ধ ৰাস্তা দেখুৱাবা🙏🙏🙏🙏

সুপ্ৰভাত সকলোকে🌻🌻

゚viralシalシ

Good night everyone
22/01/2026

Good night everyone

12/12/2025

ধান দাই কাৰ কাৰ হ'ল বাৰু? 

12/12/2025

বহু দিনৰ পাছত মোৰ পেজটোলৈ ঘূৰি আহিছো সকলোৱে মৰম দিব দেই❤️মইয়ো আছো আপোনালোকৰ লগত@ #

সঁচাই আজিকালি ডিচেম্বৰ মাহটো কিবা ডিচেম্বৰ ডিচেম্বৰ নলগা হ'ল😒শিক্ষাবৰ্ষ সলনি কৰাৰে পৰাই সকলোবোৰছোন খেলিমেলি হৈ থাকিল।আজি...
12/12/2025

সঁচাই আজিকালি ডিচেম্বৰ মাহটো কিবা ডিচেম্বৰ ডিচেম্বৰ নলগা হ'ল😒শিক্ষাবৰ্ষ সলনি কৰাৰে পৰাই সকলোবোৰছোন খেলিমেলি হৈ থাকিল।
আজি হঠাতে ইনষ্টাগ্ৰামত তলত দিয়া post টো পালো আৰু ভাল লাগিল 😏আগৰ দিনবোৰলৈ মনত পৰি গ'ল😚সঁচাই আমি বৰ ধুনীয়া সময়বোৰ পাৰ কৰি আহিলো। আজিকালিৰ ল'ৰা ছোৱালীবোৰৰ সেই মধুৰ সময়বোৰ উপলব্দি কৰিবলৈ না সময় আছে না ইচ্ছা আছে। কেৱল ম'বাইলৰ লগতহে সময়বোৰ পাৰ কৰি গৈছে! যাৰ দ্বাৰা কেৱল অনিষ্টহে হৈছে😔নাজানো পৃথিৱীখনৰ মানুহবোৰ কোনদিশে গতি কৰিছে । না ল'ৰা-ছোৱালী ভাল দিশে গতি কৰিছে , না ডেকা-গাভৰু না বুঢ়া-বুঢ়ী🤦‍♀️মুঠৰ ওপৰত সময়ে সকলোবোৰ সলনি কৰি গৈ আছে।হয়নে বাৰু friend সকল?

মানুহবোৰ কিয় এনেকুৱা বাৰু?😡😡😡যিজনৰ ন্যায় বিছাৰিছে সেইজনকে আকৌ সকলোৱে বজাৰত বেছিব লাগিছে😡ছিঃ আমাৰ তেনে অসমীয়াবোৰক ধিক্কাৰ...
09/11/2025

মানুহবোৰ কিয় এনেকুৱা বাৰু?😡😡😡
যিজনৰ ন্যায় বিছাৰিছে সেইজনকে আকৌ সকলোৱে বজাৰত বেছিব লাগিছে😡

ছিঃ আমাৰ তেনে অসমীয়াবোৰক ধিক্কাৰ জনাইছো

সঁচানে মিছা comment কৰি জনাব
05/11/2024

সঁচানে মিছা comment কৰি জনাব

Address

Jorhat
Titabar
POLI

Website

Alerts

Be the first to know and let us send you an email when Poli Saikia posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Poli Saikia:

Share

Category