04/09/2024
শান্তি, নিৰাপত্তা অহাৰ বাবে ৰাইজে ইউপিপিএলত যোগদান কৰিছে,- গোপী ছেত্ৰী , সাধাৰণ সম্পাদক ভৈৰৱকুণ্ড ব্লক ইউপিপিএল।
৩৮ নং ভৈৰৱকুণ্ড ব্লকৰ অন্তৰ্গত খুচুৰাবাৰী আৰু পূব নেপালপাৰাত বৃহৎ যোগদান কাৰ্যসূচী। স্থানীয় বিধায়ক গোবিন্দ চন্দ্ৰ বসুমতাৰীৰ উপস্থিতিত অন্যান্য দলৰ প্ৰায় ৩০০ জনৰো অধিক লোক UPPL দলত যোগদান কৰে।