Kamata Live

Kamata Live কোচ ৰাজবংশী জনগোষ্ঠীৰ নৃত্য,গীত , খবৰ, আদি প্ৰচাৰ কৰা হয়।

সদৌ কোচ ৰাজবংশী ছাত্র সন্থা ওদালগুৰি জিলা সমিতি গঠন ও সাংগঠনিক দিশ সম্পৰ্কে সাধাৰণ সভা আহ্বান কৰা হৈছে।স্থান: কোচ ৰাজবংশ...
16/03/2026

সদৌ কোচ ৰাজবংশী ছাত্র সন্থা ওদালগুৰি জিলা সমিতি গঠন ও সাংগঠনিক দিশ সম্পৰ্কে সাধাৰণ সভা আহ্বান কৰা হৈছে।স্থান: কোচ ৰাজবংশী সাংস্কৃতিক ভৱনত ৰৌতা তাৰিখ:২২/০৩/২০২৬ ইং সময়: আবেলি ১ এক বজাত।

16/03/2026

চিলাৰায় ভৱনৰ শুভ উদ্বোধন, ৰঙামাটি আঞ্চলিক কোচ ৰাজবংশী সন্মিলনী....      আজি "কোচ ৰাজবংশী উন্নয়ন পৰিষদ" অসম চৰকাৰৰ পুঁজি...
15/03/2026

চিলাৰায় ভৱনৰ শুভ উদ্বোধন, ৰঙামাটি আঞ্চলিক কোচ ৰাজবংশী সন্মিলনী....

আজি "কোচ ৰাজবংশী উন্নয়ন পৰিষদ" অসম চৰকাৰৰ পুঁজিৰে নিৰ্মাণ কৰা ৰঙামাটি আঞ্চলিক কোচ ৰাজবংশী সম্মিলনীৰ মূখ্য কাৰ্যালয় ‘চিলাৰায় ভৱন’টিৰ শুভ উদ্বোধন কৰা হয়।

15/03/2026

অহা ইংৰাজী 22/03/2026 তাৰিখ ৰবিবাৰ, আবেলি 1.00 বজাত ৰৌতা স্থিত কোচ ৰাজবংশী সাংস্কৃতিক ভৱনত সদৌ কোচ ৰাজবংশী ছাত্র সন্থা ওদালগুৰি জিলা সমিতি গঠন ও সাংগঠনিক দিশ সম্পর্কে সাধাৰণ সভা আহ্বান কৰা হৈছে।

অহা ইংৰাজী 22/03/2026 তাৰিখ ৰবিবাৰ, আবেলি 1.00 বজাত ৰৌতা স্থিত কোচ ৰাজবংশী সাংস্কৃতিক ভৱনত সদৌ কোচ ৰাজবংশী ছাত্র সন্থা ও...
15/03/2026

অহা ইংৰাজী 22/03/2026 তাৰিখ ৰবিবাৰ, আবেলি 1.00 বজাত ৰৌতা স্থিত কোচ ৰাজবংশী সাংস্কৃতিক ভৱনত সদৌ কোচ ৰাজবংশী ছাত্র সন্থা ওদালগুৰি জিলা সমিতি গঠন ও সাংগঠনিক দিশ সম্পর্কে সাধাৰণ সভা আহ্বান কৰা হৈছে।

12/03/2026

বহু মহিলাই অৰুণোদয় আচঁনিৰ ধন নোপোৱাত তীব্ৰ প্ৰতিবাদ ৷

12/03/2026

প্ৰাপ্ত তথ্য অনুসৰি ওদালগুৰিত আৰু এটা আক্ৰাছুৰ গোট গঠন কৰাৰ সম্ভাৱনা।

10/03/2026

➡️ ১৫ মাৰ্চত গোসাঁইগাঁৱৰ বাইক ৰেলী আৰু ১৭ মাৰ্চত বাক্সাৰ জোঁৰ সমদল কাৰ্যসূচী ।
➡️আক্ৰাছু আৰু অবিভক্ত গোৱালপাৰা আক্ৰাছুৰ যৌথ সংবাদমেল।

09/03/2026

যোৱা ২০/২/২৬ কি কৈছিল আৰু ৮/৩/২৬ তাৰিখে কি ক'লে মনিৰাম ৰায়ে।
মণিৰাম ৰায়ে আক্ৰাছুৰ সমিতিখন আনুষ্ঠানিকভাবে ভংগ কৰিলে।
➡️গোসাঁইগাঁ‌ৱৰ দলগাঁৱত মণিৰাম ৰায়ৰ নেতৃত্বত যোৱা ২০ ফেব্ৰুৱাৰীত গঠন হোৱা সদৌ কোচ ৰাজবংশী ছাত্ৰ চমুকৈ আক্ৰাছুৰ সমিতিখন আনুষ্ঠানিকভাবে ভংগ কৰিলে।

08/03/2026

মণিৰাম ৰায়ে আক্ৰাছুৰ সমিতিখন আজি আনুষ্ঠানিকভাবে ভংগ কৰিলে।
➡️গোসাঁইগাঁ‌ৱৰ দলগাঁৱত মণিৰাম ৰায়ৰ নেতৃত্বত যোৱা ২০ ফেব্ৰুৱাৰীত গঠন হোৱা সদৌ কোচ ৰাজবংশী ছাত্ৰ চমুকৈ আক্ৰাছুৰ সমিতিখন আজি আনুষ্ঠানিকভাবে ভংগ কৰিলে।

গোলকগঞ্জ, বিলাসীপাৰা, বাওঁখুংগুৰি, বঙাইগাঁও, অভয়াপুৰি, বিজনী বিধান সভা সমষ্টিত কোচ-ৰাজবংশী প্ৰাৰ্থীত্ব বিচাৰো: বিশ্বজীত ...
08/03/2026

গোলকগঞ্জ, বিলাসীপাৰা, বাওঁখুংগুৰি, বঙাইগাঁও, অভয়াপুৰি, বিজনী বিধান সভা সমষ্টিত কোচ-ৰাজবংশী প্ৰাৰ্থীত্ব বিচাৰো: বিশ্বজীত ৰায়।
#বিজেপি

সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা(আক্ৰাছুৰ )৩৬ ঘণ্টীয়া অসম বন্ধ ঘোষণা।  ১৫ মাৰ্চত গোসাঁইগাঁৱত মটৰ চাইকেল সমদল।১৭ মাৰ্চত বাক্স...
08/03/2026

সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা(আক্ৰাছুৰ )৩৬ ঘণ্টীয়া অসম বন্ধ ঘোষণা। ১৫ মাৰ্চত গোসাঁইগাঁৱত মটৰ চাইকেল সমদল।১৭ মাৰ্চত বাক্সাত জোঁৰ সমদল।

Address

Udalguri

Website

Alerts

Be the first to know and let us send you an email when Kamata Live posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share