18/02/2026
📌 গান বজোৱাত বাধা দিয়াই কাল হ'ল নিত্যানন্দ শৰ্মাৰ।
📌 মঙ্গলবাৰে নিশা দৰঙৰ উদমাৰীৰ জৱাহৰ নৱোদয় বিদ্যালয় ৰ নিচেই কাষতে নিত্যানন্দ শৰ্মাক বাহেৰে মৰিয়াই হত্যা কৰে ককায়েক সৰ্বানন্দ শৰ্মাই।
📌উল্লেখযোগ্য যে, নিত্যানন্দ শৰ্মাৰ ছোৱালী জনীৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা চলি আছে তেনে সময়তে সৰ্বানন্দ শৰ্মাৰ গৃহত উচ্চস্বৰত গান বজাই আছিল আৰু পৰীক্ষা ৰ সময়ত গান বজোৱাত বাধা দিয়াৰ বাবেই এই ঘটনা সংঘটিত কৰে ।