My assames poem

My assames poem munmunikoch
কবিতা মোৰ বাবে সকলো

30/11/2025

মোৰ জীৱনী /////chapter 1
#মোৰজীৱনী

19/10/2025

#এন্ধাৰমাজনিশা
#কবিতা

17/10/2025

নিষ্টব্দ আৰু মৌন
এক কঠিন শব্দ
মৌন এখন যুদ্ধ।।।
মৌন থাকি অৱশেষত
শেষ হয় জাই।।।।

12/10/2025

#কবিতা
#জীৱনটোদুদিনীয়া

11/10/2025

I got over 10 reactions on one of my posts last week! Thanks everyone for your support! 🎉

05/10/2025


#শেৱালী
#কবিতা

24/08/2025

মৌন
মৌন শব্দটো বহুত কঠিন
জুনে মৌণ হৈ থাকে তাৰ
বুকুত অজস্ৰ দুখ যন্ত্ৰণা
বেজাৰ সোমায় থাকে।।।।
তেওঁ কাকো বুজিব বা জানিব দিবলে
নিবিচাৰে।।

16/06/2025

জীৱনতো এখন কিতাপৰ দৰে
এখনৰ পিছত এখন কৈ পৃষ্ঠা
লুটিয়াই লুটিয়াই অৱশেষত শেষ হৈ যায়।

29/12/2024
25/04/2024

মই যেন নিৰুপয় ..

Address

Udalguri

Website

Alerts

Be the first to know and let us send you an email when My assames poem posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share