ARSU-Udalguri Anchalik Committee

  • Home
  • ARSU-Udalguri Anchalik Committee

ARSU-Udalguri Anchalik Committee Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from ARSU-Udalguri Anchalik Committee, News & Media Website, .

All Rabha National Council Centenary CelebrationVenue:- Shriram Chandra Rabha Samannay Kshetra, Purani Tangla, Habigaon ...
20/07/2025

All Rabha National Council Centenary Celebration

Venue:- Shriram Chandra Rabha Samannay Kshetra, Purani Tangla, Habigaon Udalguri,BTR(Assam)

Date:- 19th, 20th, 21st, 22nd and 23rd January 2026 ( Monday, Tuesday, Wednesday, Thursday and Friday )

The 32nd Foundation Day Celebration of the All Rabha Women Council (ARWC) is scheduled to take place on 8th August, 2025...
20/07/2025

The 32nd Foundation Day Celebration of the All Rabha Women Council (ARWC) is scheduled to take place on 8th August, 2025 at the Haldapara LP School Playground in Goalpara.

PG admission 2025-26Helpdesk For any enquiries
24/06/2025

PG admission 2025-26
Helpdesk
For any enquiries

মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত শেহতীয়াকৈ অনুষ্ঠিত অসম কেবিনেট বৈঠকত ৰাভা হাছং‌ এলেকাৰ বাহিৰত বসবাস...
24/06/2025

মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত শেহতীয়াকৈ অনুষ্ঠিত অসম কেবিনেট বৈঠকত ৰাভা হাছং‌ এলেকাৰ বাহিৰত বসবাস কৰা ৰাভাসকলৰ আৰ্থ-সামাজিক, সাংস্কৃতিক আদি সকলো দিশতে উন্নয়নৰ‌‌ উদ্দেশ্যে ৰাভা উন্নয়ন পৰিষদ‌ গঠনৰ অনুমোদন জনোৱা হয়।

যোৱাকালি ইং ২৩/০৬/২০২৫ ৰাভা উন্নয়ন পৰিষদ‌ দাবী সমিতিৰ প্ৰতিনিধিবৰ্গই মাননীয় মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।

নিখিল ৰাভা ছাত্ৰ সন্থা আৰু নিখিল ৰাভা মহিলা পৰিষদ ওদালগুৰি আঞ্চলিক সমিতিৰ যৌথ উদ্যোগত আৰু মোৱামাৰী,খাছ ৰাওৱনাগড়, দোৱামখা...
14/06/2025

নিখিল ৰাভা ছাত্ৰ সন্থা
আৰু
নিখিল ৰাভা মহিলা পৰিষদ
ওদালগুৰি আঞ্চলিক সমিতিৰ যৌথ উদ্যোগত
আৰু
মোৱামাৰী,খাছ ৰাওৱনাগড়, দোৱামখা, কোমোৰামখা আৰু অদলা গাঁওৰ ৰাইজৰ সহযোগত ।

৮ম বাৰ্ষিক বায়খো উৎসৱ উৎযাপন ও কৃতি ছাত্ৰ-ছাত্ৰীৰ সম্বৰ্ধনা ।

স্থান :- মোৱমৰী নামঘৰ প্ৰাঙ্গণ
তাৰিক :- ১১ জুন,২০২৫ ( বুধবাৰ ) (11Jun 2025 Wednesday)

অষ্টম বাৰ্ষিক বায়খো উৎসৱ উদযাপন ২০২৫নিখিল ৰাভা ছাত্ৰ সন্থা ওদালগুৰি আঞ্চলিকআৰু নিখিল ৰাভা মহিলা পৰিষদ ওদালগুৰি আঞ্চলিক ...
10/06/2025

অষ্টম বাৰ্ষিক বায়খো উৎসৱ উদযাপন ২০২৫
নিখিল ৰাভা ছাত্ৰ সন্থা ওদালগুৰি আঞ্চলিক
আৰু নিখিল ৰাভা মহিলা পৰিষদ ওদালগুৰি আঞ্চলিক সমিতি । সকলোকে লগ পাম ~

🙏
13/05/2025

🙏

শ্ৰীৰাছং,সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা) ৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি প্ৰদীপ নাগ ডাঙৰীয়াৰ অকাল বিয়োগৰ খবৰ শুনি আমি ওদা...
08/04/2025

শ্ৰীৰাছং,

সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা) ৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি প্ৰদীপ নাগ ডাঙৰীয়াৰ অকাল বিয়োগৰ খবৰ শুনি আমি ওদালগুৰি আঞ্চলিক ৰাভা ছাত্ৰ সন্থাই অতি মৰ্মাহত হৈছোঁ। প্ৰদীপ নাগ ডাঙৰীয়াৰ বিদেহী আত্মাই যাতে শান্তি লাভ কৰে সেয়ে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ।

ওম শান্তি 🙏🏻

নেমৰাছং।

05/04/2025

শ্ৰীৰাছং (নমস্কাৰ),
যোৱা ইং ১১ আৰু ১২ ফেব্ৰুৱাৰী, ২০২৫ তাৰিখে প্ৰয়াত গৌৰী কান্ত ৰাভা সমন্বয় ক্ষেত্র, তামোলবাৰীত অনুষ্ঠিত নিখিল ৰাভা ছাত্ৰ সন্হাৰ ৪৫ সংখ্যক প্ৰতিষ্ঠা দিবস আৰু নিখিল ৰাভা ছাত্ৰ সন্হা আৰু নিখিল ৰাভা মহিলা পৰিষদ ওদালগুৰি জিলা সমিতি আৰু ওদালগুৰি আঞ্চলিক সমিতিৰ দ্বি-বাৰ্ষিক যুটীয়া অধিবেশনৰ হিচাপ-নিকাচৰ সভাখন অনুষ্ঠিত কৰিবলৈ স্হিৰ কৰা হৈছে।
গতিকে নিম্ন উল্লেখিত তাৰিখ, স্হান আৰু সময় অনুসৰি সভাত উপস্হিত থাকিবলৈ আপোনাক/আপোনালোকক বিনম্ৰ অনুৰোধ জনালোঁ।
তাৰিখ: ৬ এপ্ৰিল (ৰবিবাৰ),২০২৫
স্হান : তামোলবাৰী এম ই স্কুল
সময় : দিনৰ ১১ বজাত
আপোনালোকৰ বিশ্বাসী
শ্ৰী শুক্ৰাচাৰ্য ৰাভা, কাৰ্যকৰী সভাপতি
শ্ৰী অনিল ৰাভা, সম্পাদক অভ্যৰ্থনা সমিতি

কলা বিক্ৰী নহয় কিন্তু শিল্পীসকলক বিক্ৰী হয় ।                              &য'ত একতা থাকে তাত সদায় বিজয় থাকে ।  ট্ৰেণ...
01/04/2025

কলা বিক্ৰী নহয় কিন্তু শিল্পীসকলক বিক্ৰী হয় ।
&
য'ত একতা থাকে তাত সদায় বিজয় থাকে ।

ট্ৰেণ্ডৰ সৈতে ওদালগুৰি আঞ্চলিক - ARSU.

31/03/2025

ARSU Udalguri Anchalik Committee
Session: 2025-27
___________________________

1. President - Sri Bhaskar Rabha

Vice President -
i. Dimbeswar Rabha
ii. Pranjit Rabha

2. General Secretary - Sri Rahul Rabha

Assistant General Secretary -
i. Shyamkanu Rabha
ii. Jayanta Rabha,
iii. Farnan Rabha

3. Sports Secretary - Dimbeswar Rabha

Assistant Sports Secretary - Rahul Rabha

4.Organising Secretary -
i. Dhruba Rabha
ii. Munna Rabha
iii. Amrit Rabha
iv. Sanku Rabha

5. Cultural Secretary - Arindam Barchung

Assistant Cultural Secretary - Abhijit Rabha

6. Education Secretary - Kishor Rabha

Assistant Education Secretary -
i. Nitul Rabha
ii. Jun Rabha

7.Finance Secretary-
i. Hrideep Rabha
ii. Premeswar Rabha

8. Magazine Secretary - Hriday Rabha

Assistant Magazine Secretary - Pranab Rabha

9. Office Bearer -
i. Anol Rabha
ii. Bhaskar Rabha

10.Women Representative -
i. Pratima Rabha
ii. Papori Rabha
iii. Munmani Rabha
iv. Risha Rabha
v. Ankita Rabha

Advisor -
i. Jatin Ch. Rabha
ii. Sukra Charjya Rabha
iii. Basanta Rabha.

ARSU Khenge Tongkhan
ARSU LONG LIVE ✊

ARSU - Udalguri Anchalik Committee Khenge Tongkhan
ARSU - UDALGURI ANCHOLIK COMMITTEE LONG LIVE ✊

যোৱা ইং ১০/০২/২০২৫ তাৰিখে নিখিল ৰাভা ছাত্ৰ সন্থা, ওদালগুৰি আঞ্চলিক সমিতিৰ পুৰণা সমিতি ভংগ কৰি নতুন সমিতি গঠন কৰা হয় আৰু...
31/03/2025

যোৱা ইং ১০/০২/২০২৫ তাৰিখে নিখিল ৰাভা ছাত্ৰ সন্থা, ওদালগুৰি আঞ্চলিক সমিতিৰ পুৰণা সমিতি ভংগ কৰি নতুন সমিতি গঠন কৰা হয় আৰু সেই নৱ নিৰ্বাচিত সমিতিতোৱে যোৱা ইং ৩০/০৩/২০২৫ তাৰিখে আঞ্চলিকৰ স্থায়ী কাৰ্যালয়ত শপত গ্ৰহণ ও কাৰ্যভাৰ অৰ্পণ কৰে।

নেমৰাছং

Address


Telephone

+917638060454

Website

Alerts

Be the first to know and let us send you an email when ARSU-Udalguri Anchalik Committee posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to ARSU-Udalguri Anchalik Committee:

Shortcuts

  • Address
  • Telephone
  • Alerts
  • Contact The Business
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share