Premier News Digital

Premier News Digital A Media/News Company under the aegis of Premier Foundation (Udalguri,Assam)

05/03/2024

BPF नि समाव ना गोजोन लाबोनो हादों ना खौसेथि लाबोनो हादों ना जौगाथाइ लाबोनो हादों: CEM प्रमद बर

05/03/2024

পুণৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ উদিয়ানা চকত পথ দুৰ্ঘটনাত । দ্ৰুতবেগী ট্ৰাকে খুন্দিয়ালে মালবাহী EICHER বাহনক ।

05/03/2024

বিপিএফ ৰ দৰে আমি সূতা কম্বলৰ ৰাজনীতি নকৰোঁ - প্ৰমোদ বড়ো।

05/03/2024

बिखा यात्रा हाबाफारिनि गेजेरजों केबिनेट मन्थ्रि उर्खाव गोरा ब्रह्मआ कासिकत्रा गोजौसिन फरायसालिआव 8 कौटि रांनि बिल्डिं लुफुंनो अन्थाय खाम्फा बेखेवदों।

03/03/2024

papon...
bihu...

03/03/2024

ভাৰতৰ প্ৰথমটো লোকগীতৰ ৰিয়েলিটি শ্ব' 'ভাৰত কা অমৃত কলশ'ত অসমৰ ডলী তালুকদাৰ আৰু নিখিল ৰয়ে পৰিবেশন কৰিলে পৰম্পৰাগত লোকগীত বিহু

03/03/2024

ৰাজ্যত এইবাৰ সংঘটিত হৈছে উজ্বলা আঁচনিৰ নামত দুৰ্নীতি৷ভুৱা ভোটাৰ কাৰ্ড, ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ডৰে উজ্বলা আঁচনিৰ গেছ সংযোগ ললে ৰঙিয়াৰ এগৰাকী মহিলাই৷
Premier News Digital Premier News Digital

01/03/2024

बाथौ खेराइ फेमेलि रिजर्तआव हाग्रामा महिलारिखौ जोनोम सान फालिनाय नुनो मोन्दों
Premier News Digital Premier News Digital

01/03/2024

📌বাইহাটা চাৰিআলিত 31নং ৰাষ্ট্ৰীয় ঘাইপথত নিৰ্মাণৰত উৰণীয়া সেঁতু খহি পৰা ঘটনাৰ গোচৰ ৰুজু কামৰূপ প্ৰশাসনৰ।
📌বাইহাটা চাৰিআলি আৰক্ষী থানাত 63/24 নম্বৰত গোচৰ ৰুজু নিৰ্মাণতৰ প্ৰতিষ্ঠান নিৰ্মল ইনফ্ৰাৰ বিৰুদ্ধে।
Premier News Digital Premier News Digital

01/03/2024

📌বাক্সাৰ হীৰাপাৰাত দুই ড্ৰাগছ সেৱন কৰা যুৱকক আটক
📌স্হানীয় ৰাইজে আটক কৰে দুই যুৱকক
📌ড্ৰাগছ সেৱন কৰা যুৱক দ্বয় কুটৰিঝাৰৰ মুক্তাৰ হুছেইন আৰু হাচান আলী বুলি জানিব পৰা গৈছে
Premier News Digital Premier News Digital

01/03/2024

📌गोजोन आरो जौगाथायखौ मोनदांनाय आरो फैगौ MP बिसायखथिखौ बरायनानै 14 नं सिरां दुवार ब्लक UPPL नि बाइक रेलि
📌फैगौ MP बिसायखथिया खुंजानो गेजेराव दानसेल' दंसै। बेनि गेजेरावनो गावबा गाव राजखान्थि दोलोफोरा गावबागावनि बिजाथिफोरखौ फोसावथ'आखैब्लाबो नाथाय गावबा गावनि दोलोफोरा देरहा नांगौनि थाखाय बायदि बायदि हाबाफारि लानानै बिसायखथि फोसावदिंनायखौ नुनो मोन्नाय जादों।
Premier News Digital Premier News Digital

23/09/2023

বিকৃত ৰূপত বিহু নৃত্য পৰিৱেশন কৰাৰ বাবে হিমন্ত বিশ্ব শৰ্মাই আৰক্ষীক আইনী ব্যৱস্থা লবলৈ নিৰ্দেশ দিছে।

Address

Udalguri
784509

Telephone

+918486256782

Website

Alerts

Be the first to know and let us send you an email when Premier News Digital posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Premier News Digital:

Share