NE Headlines.

  • Home
  • NE Headlines.

NE Headlines. Welcome to NE Headlines. — a bilingual digital page. Keep watching & stay ahead!

🛑শৰাইঘাটত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ'ব দ্বিতীয়খন ৰে'ল তথা পথ দলং📌শীঘ্ৰেই আৰম্ভ হ'ব দলং নিৰ্মাণৰ কাম📌আগিয়াঠুৰী–কামাখ্যা...
20/07/2025

🛑শৰাইঘাটত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ'ব দ্বিতীয়খন ৰে'ল তথা পথ দলং
📌শীঘ্ৰেই আৰম্ভ হ'ব দলং নিৰ্মাণৰ কাম
📌আগিয়াঠুৰী–কামাখ্যা ৰে'লপথৰ দ্বৈতকৰণ কাৰ্যৰ অংশ হিচাপে নিৰ্মাণ হ'ব দ্বিতীয়খন ৰেল-কাম-ৰোড সেতু
📌আন্তঃগাঁথনিমূলক প্ৰকল্পটো ২০২৩–২৪ বিত্তীয় বৰ্ষত ১,৪৭৩.৭৭ কোটি টকা ব্যয় সাপেক্ষে মঞ্জুৰ হৈছিল
📌ইয়াক ২০২৯ বৰ্ষৰ ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য ধাৰ্য কৰা হৈছে
📌প্ৰকল্পটোত আগিয়াঠুৰীৰ পৰা কামাখ্যালৈ ৭.০৬২ কিঃমিঃ দৈৰ্ঘ্যৰ এটা অংশৰ নিৰ্মাণ অন্তৰ্ভুক্ত আছে
📌ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত ১.৩ কিঃমিঃ দীঘল ষ্টীল কম্পোজিট গাৰ্ডাৰ সেতু থাকিব
📌সেতুখনৰ তলৰ ডেকত দ্বৈত-লাইনৰ ৰে'লপথ আৰু ওপৰৰ ডেকত ফুটপাথৰ সৈতে তিনি লেনযুক্ত পথ থাকিব

📌BJPত কাৰো মুখলৈ চাই টিকট দিয়া নহয়!📌যিয়ে ভাল কৰিছে, কোনো গণ্ডগোল কৰা নাই, তেনে বিধায়ক-মন্ত্রীকহে টিকট দিয়া হব: সভাপতি দ...
20/07/2025

📌BJPত কাৰো মুখলৈ চাই টিকট দিয়া নহয়!
📌যিয়ে ভাল কৰিছে, কোনো গণ্ডগোল কৰা নাই, তেনে বিধায়ক-মন্ত্রীকহে টিকট দিয়া হব: সভাপতি দিলীপ শইকীয়া

20/07/2025

📌ৰাষ্ট্ৰীয় ভাৰতীয় মিলিটাৰী কলেজৰ প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ ওদালগুৰিৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী কৃস্পিতা প্ৰধান
📌ৰাষ্ট্ৰীয় ভাৰতীয় মিলিটাৰী কলেজত নামভৰ্তি কৰিবলৈ সক্ষম হোৱা কৃস্পিতাই হৈছে অসমৰ প্ৰথম গৰাকী ছাত্ৰী
📌ওদালগুৰি নিবাসী ভীম প্ৰধান আৰু প্ৰণিতা নেৱাৰৰ সুকন্যা কৃস্পিতা প্ৰধান দেৰাডুন স্থিত ৰাষ্ট্ৰীয় ভাৰতীয় মিলিটাৰী কলেজ (RIMC) ৰ প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰথম গৰাকী অসমীয়া ছাত্ৰী।
📌শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কৃস্পিতাৰ এই সফলতাৰ বাবে সামাজিক মাধ্যম যোগেদি শুভেচ্ছা জ্ঞাপন কৰিছে।

📌এইবাৰ সুৰাৰ বিজ্ঞাপনত ৰংঘৰৰ ফটো📌'অল ছিজনছ' নামৰ সুৰা কোম্পানীটোৰ বিজ্ঞাপনত ৰংঘৰৰ ফটো
20/07/2025

📌এইবাৰ সুৰাৰ বিজ্ঞাপনত ৰংঘৰৰ ফটো
📌'অল ছিজনছ' নামৰ সুৰা কোম্পানীটোৰ বিজ্ঞাপনত ৰংঘৰৰ ফটো


20/07/2025

📌ওদালগুৰি বাসীৰ বাবে এক সু খবৰ
📌দেশৰ অন্যতম ব্ৰেণ্ড FirstCry এতিয়া ওদালগুৰি চহৰত
📌২১ জুলাইত মুকলি কৰা হ'ব এই ফ্ৰেঞ্চাইজি
📌ওদালগুৰি চহৰৰ ৰামপুৰ চ'কত থকা গেছ এজেঞ্চীৰ সমীপত মুকলি কৰা হ'ব এই প্ৰতিষ্ঠানখন
📌শিশুৰ সকলো সামগ্ৰী উপলব্ধ হ'ব এই প্ৰতিষ্ঠানখনত

📌ওদালগুৰিৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী কৃস্পিতা প্ৰধানে ৰাষ্ট্ৰীয় ভাৰতীয় মিলিটাৰী কলেজত নামভৰ্তি কৰিবলৈ সক্ষম হৈছে 📌ৰাষ্ট্ৰীয...
20/07/2025

📌ওদালগুৰিৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী কৃস্পিতা প্ৰধানে ৰাষ্ট্ৰীয় ভাৰতীয় মিলিটাৰী কলেজত নামভৰ্তি কৰিবলৈ সক্ষম হৈছে
📌ৰাষ্ট্ৰীয় ভাৰতীয় মিলিটাৰী কলেজত নামভৰ্তি কৰিবলৈ সক্ষম হোৱা কৃস্পিতাই হৈছে অসমৰ প্ৰথম গৰাকী ছাত্ৰী
📌ওদালগুৰি নিবাসী ভীম প্ৰধান আৰু প্ৰণিতা নেৱাৰৰ সুকন্যা কৃস্পিতা প্ৰধান দেহৰাদুন স্থিত ৰাষ্ট্ৰীয় ভাৰতীয় মিলিটাৰী কলেজ (RIMC) ৰ প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰথম গৰাকী অসমীয়া ছাত্ৰী।
📌শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কৃস্পিতাৰ এই সফলতাৰ বাবে সামাজিক মাধ্যম যোগেদি শুভেচ্ছা জ্ঞাপন কৰিছে।

আজি আন্তৰ্জাতিক দবা দিৱস
20/07/2025

আজি আন্তৰ্জাতিক দবা দিৱস

19/07/2025

উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰত সেনা জোৱানক প্ৰহাৰ ব'লবম যাত্ৰীৰ

📌জনপ্রিয় তেলেগু অভিনেতা ভেংকট ৰাজৰ দেহাৱসান📌বৃক্কৰ ৰোগৰ সৈতে যুঁজি ৫৩ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ📌ফিছ ভেংকট নামেৰে জনাজা...
19/07/2025

📌জনপ্রিয় তেলেগু অভিনেতা ভেংকট ৰাজৰ দেহাৱসান
📌বৃক্কৰ ৰোগৰ সৈতে যুঁজি ৫৩ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ
📌ফিছ ভেংকট নামেৰে জনাজাত আছিল কমেডিয়ানজন


📌বলিউডত প্ৰৱেশ অসম কন্যা সুৰভি দাসৰ📌ৰণবীৰ কাপুৰ আৰু ছাই পল্লৱী অভিনীত ছবি "ৰামায়ণ"ত অভিনয় কৰিছে সুৰভিয়ে📌ৰাষ্ট্ৰীয় টেলিভ...
19/07/2025

📌বলিউডত প্ৰৱেশ অসম কন্যা সুৰভি দাসৰ
📌ৰণবীৰ কাপুৰ আৰু ছাই পল্লৱী অভিনীত ছবি "ৰামায়ণ"ত অভিনয় কৰিছে সুৰভিয়ে
📌ৰাষ্ট্ৰীয় টেলিভিচনৰ ধাৰাবাহিকত অভিনয়েৰে কেৰিয়াৰ আৰম্ভ কৰিছিল সুৰভিয়ে

19/07/2025

📌ওদালগুৰিত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণত দুৰ্নীতি!
📌জাবৰীতোলা ভিচিডিচিৰ খুচুৰাবাৰী গাঁৱত PMAYৰ গৃহ নিৰ্মাণত অনিয়ম
📌মান বাহাদুৰ ছেত্ৰী নামৰ ৮৮ বছৰীয়া বৃদ্ধ ব্যক্তিৰ নামত অহা ঘৰ নিৰ্মাণত দুৰ্নীতি
📌খুচুৰাবাৰীত উপাধ্যক্ষ লীলা অধিকাৰীৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ ৰাইজৰ
📌 ইউপিপিএল দলৰ উপাধ্যক্ষৰ বিৰুদ্ধে PMAYৰ গৃহ নিৰ্মাণত অনিয়ম কৰাৰ অভিযোগ
📌দুখীয়া বৃদ্ধ লোকজনৰ নামত অহা ঘৰ আন‌ এজন ব্যক্তিলৈ বিক্ৰী কৰাৰ অভিযোগ

📌বিদেশত জিলিকিছে বড়োসকলৰ স্বাভিমান আৰ'নাই📌চৰকাৰী কাৰ্যসূচীৰে আফ্ৰিকান ৰাষ্ট্ৰ কিংডম অৱ এছৱাটিনি ভ্ৰমণত ব্যস্ত বৈদেশিক ৰ...
19/07/2025

📌বিদেশত জিলিকিছে বড়োসকলৰ স্বাভিমান আৰ'নাই
📌চৰকাৰী কাৰ্যসূচীৰে আফ্ৰিকান ৰাষ্ট্ৰ কিংডম অৱ এছৱাটিনি ভ্ৰমণত ব্যস্ত বৈদেশিক ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই এগৰাকী অসমীয়া হিচাপে দেশখনৰ নৃপতি স্বাতী তৃতীয়ক এখন আৰ'নাইৰে সম্ভাষণ জ্ঞাপন কৰে

Address


Telephone

+918099801390

Website

Alerts

Be the first to know and let us send you an email when NE Headlines. posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to NE Headlines.:

  • Want your business to be the top-listed Media Company?

Share