20/12/2025
ধৰ্ম ৰক্ষাৰ নামত এজন মানুহক জীয়াই জীয়াই জ্বলাই দিয়াটো কোনটো ধৰ্মৰ শিক্ষা? দীপু চন্দ্ৰ দাসৰ সৈতে যি ঘটিল, সেয়া মানৱ ইতিহাসৰ এক ক'লা অধ্যায়।কেৱল এগৰাকী হিন্দু হোৱা বাবেই অসমৰ সীমান্তৰ পৰা মাত্ৰ ৯০ কিলোমিটাৰ দূৰৈত সংঘটিত হৈছে ভয়ংকৰ দলবদ্ধ আক্ৰমণ-হত্যাৰ হৃদয়বিদাৰক ঘটনা।
বাংলাদেশত দিপু চন্দ্ৰ দাসক দলবদ্ধভাৱে আক্ৰমণ কৰি ৰাজহুৱাভাৱে গছত ওলোমাই বান্ধি জ্বলাই বৰ্বৰভাৱে হত্যা কৰা অমানৱীয় কাণ্ডক আমি তীব্ৰ গৰিহণা দিছোঁ আৰু তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ।