TNL News India

TNL News India Assamese news web portal from Indian state of Assam.

Get breaking News, updates from across the globe, TNL News is 24 × 7 Assamese news channel based at Guwahati.

26/06/2024

যোৰহাটত কংগ্ৰেছৰ ভাতৃ সংগঠন NSUIৰ যোগদান সভা

অৰ্দ্ধ শতাধিক ছাত্ৰ ছাত্ৰীয়ে যোৰহাটৰ কংগ্ৰেছ কাৰ্যালয়ত আজি NSUIত যোগদান কৰে

26/06/2024

বিজনীত ৰাষ্ট্ৰীয় ছাত্ৰ পৰিষদৰ সংবাদ মেল

আজি ৰাষ্ট্ৰীয় ছাত্ৰ পৰিষদ , প্ৰসাশন আৰু বিজনী মহাবিদ্যালয়ৰ কতৃপক্ষৰ তত্বপৰতাত টকা সংগ্ৰহ কৰা বন্ধ কৰিবলৈ সক্ষম হৈছে

25/06/2024

অবৈধ ড্ৰাগছৰ বিৰুদ্ধে গোলোকগঞ্জ আৰক্ষীৰ ভয়ংকৰ অভিযান

আজি জব্দ কৰিলে হাজাৰ হাজাৰ নিচাযুক্ত টেবলেট

আটক সৰবৰাহকাৰী স্বামী স্ত্ৰীক

25/06/2024

শিৱসাগৰত গণ প্ৰহাৰত যুৱকৰ মৃত্যু

আহত এজন

25/06/2024

সলনি হল ঢকুৱাখনা নৃশংস হত্যাকাণ্ডৰ তদন্তকাৰী বিষয়া

SI গৌৰৱ ভূমিজৰ পৰা ঢকুৱাখনাৰ SDPO সুধেন্য শুল্কবৈদ্যক তদন্তৰ দায়িত্ব অৰ্পণ

25/06/2024

কলিয়াবৰত নিশিগ্ধ ড্ৰাগছ আৰু মাদক দ্ৰব্য ৰ বিৰুদ্বে সজাগতা সভা

ড্ৰাগছ আৰু মাদক দ্ৰব্যৰ বিৰুদ্ধে জাগি উঠিল কলিয়াবৰ বৰঘুলীৰ গাঁওৰক্ষী বাহিনী

25/06/2024

কলিয়াবৰৰ বৰঘুলীত আমছুৰ তীব্ৰ প্ৰতিবাদ

বন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ পুত্ৰলিকা দাহ

25/06/2024

প্ৰতিবাদত কঁপিল দৰঙৰ দলগাঁও

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দৰঙৰ দলগাঁৱতো বন‌ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ প্ৰতিমূৰ্তি দাহ কৰি আমছুৰ তীব্ৰ প্ৰতিবাদ

Address

House No. 29, 1st Floor, Lachit Nagar Road, Rajgarh Link Road
Ulubari
781007

Alerts

Be the first to know and let us send you an email when TNL News India posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to TNL News India:

Share