DEB RAJ Golaghat

  • Home
  • DEB RAJ Golaghat

DEB RAJ Golaghat Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from DEB RAJ Golaghat, Video Creator, .

অসমীয়া সংস্কৃতি আৰু অন্যান্য Vlog সমূহ আমাৰ Facebook পেজটোত উপভোগ কৰক।
অনুষ্ঠান প্ৰচাৰৰ বাবে : 9101188212
YouTube channel : 👇
1.DEB RAJ GOLAGHAT
2.DEB RAJ
Instagram: RAJ GOLAGHAT

উফ্ কি সুন্দৰ ভংগিমা😍 নাৰদ: বিতুপন, সৰুপথাৰ
22/07/2025

উফ্ কি সুন্দৰ ভংগিমা😍
নাৰদ: বিতুপন, সৰুপথাৰ

মৰম লগা ডেকা 👌
21/07/2025

মৰম লগা ডেকা 👌

শুভৰাত্ৰি জনালো। ঈশ্বৰে আমাক সকলোকে কুশলে ৰাখে যেন🙏 #গোঁসাই  #নৃসিংহ  #নৰসিংহ  #ভাওনা_সংস্কৃতি  #মুখা      #অসমীয়া
21/07/2025

শুভৰাত্ৰি জনালো। ঈশ্বৰে আমাক সকলোকে কুশলে ৰাখে যেন🙏

#গোঁসাই #নৃসিংহ #নৰসিংহ #ভাওনা_সংস্কৃতি #মুখা #অসমীয়া

21/07/2025

এইয়া হৈছে ভাওনা সংস্কৃতিৰ প্ৰশিক্ষণস্থলীৰ পৰিৱেশ 😱🤗 শিশু শিল্পী সকলক গুৰুজনে শিকালে বিলাপ কৰিবলৈ । ভাওনা কৰ্মশালা অনুষ্ঠান । স্থান: সমাজ কল্যাণ সাংস্কৃতিক সংঘ, ফলঙনি।
#ভাওনা_সংস্কৃতি
#ভাওনা_সংস্কৃতি #শিশু_শিল্পী #কৰ্মশালা #আখৰা #কৰ্মশালা #আখৰা_স্থলী

21/07/2025

অসংকাৰেই পতনৰ মূল হ'ল বৈকুণ্ঠৰ পাৰিষদ জয় আৰু বিজয়ৰ।

Deb Raj golaghat
Assamese Vauna Vlog
অসমীয়া সংস্কৃতি ভাওনা
Viral vauna vlog
vauna video
culture
নাট: নৃসিংহ অৱতাৰ
কেৰুমণি সাংস্কৃতিক গোষ্ঠী
স্থান: শ্ৰীমন্ত প্ৰাথমিকৰ নামঘৰ,ফলঙনি, গোলাঘাট
সেৱকী: যদু বৰা আৰু পৰিয়ালবৰ্গ
যোগাযোগৰ নম্বৰ: 9101188212
মুখা, ৰূপসজ্জা আৰু সাজসজ্জা: দশৱতাৰ পোছাক ও মুখা শিল্প ভাণ্ডাৰ, কমাৰবন্ধা, গোলাঘাট।

#ভাওনা_সংস্কৃতি #নৃসিংহ_অৱতাৰ #বৰাহ_অৱতাৰ #জয়াল_ৰূপ #ভাওনা #কৃপা_কৰিবা_প্ৰভু

21/07/2025

অতিকৈ অহংকাৰী ইন্দ্ৰ দেৱতা, গোলাঘাটৰ ফলঙনি বাসীক গৌতম শইকীয়াই দেবেন্দ্ৰৰ অভিনয়ে আপ্লুত কৰিলে ।
ভাওনা প্ৰবেশ
দোহাৰ: কেৰুমণি সাংস্কৃতিক গোষ্ঠী
Deb Raj golaghat

#ইন্দ্ৰ #দেৱেন্দ্ৰ #ভাওনা #বিদ্যু_মহন্ত #ভাওনা_সংস্কৃতি #শিশু_শিল্পী #ৰাংগা #অসুৰ #দানৱ #হিৰণাক্ষ #হিৰণ্যকশিপু #বৰাহ #নৰনাৰায়ণ #সূত্ধাৰ #দিতি #দুৰ্দান্ত_প্ৰবেশ #ভয়ংক_ৰূপ #ভাওনা #ভাওনা_সংস্কৃতি #শ্ৰেষ্ঠ ্ৰেষ্ঠ #অসমীয়া_ভাওনা

সুনীল তেৰাং    #বাঁহী
20/07/2025

সুনীল তেৰাং

#বাঁহী

20/07/2025

উমেশ বৰাৰ কণ্ঠত জয় বিজয়ৰ সুন্দৰ প্ৰৱেশ এখন আগবঢ়াই দিলোঁ।
Deb Raj golaghat
Vauna video
ভাওনা সংস্কৃতি

#জয়_বিজয় #নৃসিংহ_মুৰাৰী #ভাওনা #ভাওনা_সংস্কৃতি #ভাইৰেল #সুন্দৰ #ভাওনা_প্ৰৱেশ

20/07/2025

ব্ৰহ্মা
#নাট: #নৃসিংহ_অৱতাৰ
কেৰুমণি সাংস্কৃতিক গোষ্ঠী, ফলঙনি, গোলাঘাট
Deb Raj golaghat

#নাৰদ #সুন্দৰ_কণ্ঠ #ভাওনা_সংস্কৃতি #অসমীয়া_ভাওনা #কণ্ঠ

20/07/2025

শ্ৰেষ্ঠ পুৰস্কাৰ প্ৰাপ্ত জানমণি দাসৰ নাৰদৰ অভিনয় আগবঢ়াই দিলোঁ। কণ্ঠ সঁচাই বিৰাট সুন্দৰ।
#নাট: #নৃসিংহ_অৱতাৰ
কেৰুমণি সাংস্কৃতিক গোষ্ঠী, ফলঙনি, গোলাঘাট
Deb Raj golaghat

#নাৰদ #সুন্দৰ_কণ্ঠ #ভাওনা_সংস্কৃতি #অসমীয়া_ভাওনা #কণ্ঠ

20/07/2025

কেৰুমনি সাংস্কৃতিক গোষ্ঠী, ফলঙনী , গোলাঘাটে আয়োজন কৰা ভাওনা প্ৰশিক্ষন শিৱিৰত।

শুভ সন্ধ্যা 🙏
19/07/2025

শুভ সন্ধ্যা 🙏

Address


Telephone

+919101188212

Website

https://youtube.com/@DEBRAJGolaghat2

Alerts

Be the first to know and let us send you an email when DEB RAJ Golaghat posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to DEB RAJ Golaghat:

Shortcuts

  • Address
  • Telephone
  • Alerts
  • Contact The Business
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share