Entertain Axom

  • Home
  • Entertain Axom

Entertain Axom We Deals In Broadcast Any Kind of Cultural Program From The Entire Assam

বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ উজ্জ্বল আভা অসমৰ জাতীয় জীৱনত জিলিকি আছে আৰু চিৰদিন উজলি থাকিব৷ যুগ যুগলৈ ৰাভাদেৱ সাৰে থাকিব আমাৰ স...
20/06/2025

বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ উজ্জ্বল আভা অসমৰ জাতীয় জীৱনত জিলিকি আছে আৰু চিৰদিন উজলি থাকিব৷ যুগ যুগলৈ ৰাভাদেৱ সাৰে থাকিব আমাৰ সমাজত৷ শিল্পী সৈনিকগৰাকীৰ দৰে ইমান বৰ্ণাঢ্য জীৱন পৰিক্ৰমা পৃথিৱীৰ কমসংখ্যক লোকেহে লাভ কৰিব পাৰে৷ আমি ধন্য যে কলাগুৰুৰ দৰে বহুমুখী সত্তা এগৰাকীৰ জন্ম আমাৰ অসমভূমিতে হৈছিল৷ অবিসম্বাদী শিল্পী প্ৰতিভা, সূৰ্যসম দীপ্ত ৰাভাদেৱক আজি পৱিত্ৰ পুণ্যতিথিত গভীৰ শ্ৰদ্ধা নিবেদন কৰিলোঁ। 🙏

সাহিত্য সংস্কৃতিৰ সাধক,সুন্দৰৰ পূজাৰী,  ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ জন্মবার্ষিকী উপলক্ষে সশ্ৰদ্ধ প্ৰণিপাত জনালোঁ ...
17/06/2025

সাহিত্য সংস্কৃতিৰ সাধক,সুন্দৰৰ পূজাৰী, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ জন্মবার্ষিকী উপলক্ষে সশ্ৰদ্ধ প্ৰণিপাত জনালোঁ ।

অসমীয়া ভাষা-সাহিত্য জগতৰ উজ্জ্বল ভোটাতৰা আনন্দৰাম ঢেকিয়াল ফুকনদেৱলৈ আজি পুণ্যতিথিত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ।
16/06/2025

অসমীয়া ভাষা-সাহিত্য জগতৰ উজ্জ্বল ভোটাতৰা আনন্দৰাম ঢেকিয়াল ফুকনদেৱলৈ আজি পুণ্যতিথিত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ।

ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ মহান শ্বহীদ কুশল কোঁৱৰক স্মৃতি দিৱসত শ্ৰদ্ধাৰে সুঁৱৰিছোঁ। দেশমাতৃৰ সুসন্তানগৰাকীৰ অতুলনীয় স্বদে...
15/06/2025

ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ মহান শ্বহীদ কুশল কোঁৱৰক স্মৃতি দিৱসত শ্ৰদ্ধাৰে সুঁৱৰিছোঁ। দেশমাতৃৰ সুসন্তানগৰাকীৰ অতুলনীয় স্বদেশপ্ৰেম, সাহস আৰু ত্যাগৰ ইতিহাসে প্ৰতিটো প্ৰজন্মকে দেশৰ হকে নিষ্ঠাৰে কাম কৰি যাবলৈ অনুপ্ৰাণিত কৰিব ।

ৰক্তদানক মহান দান বুলি কোৱা হয় ৷ আজি 'বিশ্ব ৰক্তদাতা দিৱস'ত এই পৱিত্ৰ কাৰ্যৰ সৈতে জড়িত প্ৰতিগৰাকী ব্যক্তিক আন্তৰিক কৃতজ...
14/06/2025

ৰক্তদানক মহান দান বুলি কোৱা হয় ৷ আজি 'বিশ্ব ৰক্তদাতা দিৱস'ত এই পৱিত্ৰ কাৰ্যৰ সৈতে জড়িত প্ৰতিগৰাকী ব্যক্তিক আন্তৰিক কৃতজ্ঞতা জনাইছোঁ ।

সমূহ ৰাইজলৈ পৱিত্ৰ ঈদৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
07/06/2025

সমূহ ৰাইজলৈ পৱিত্ৰ ঈদৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকাদেৱৰ আজি মৃত্যুবাৰ্ষিকীত তেখেতলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ ।
07/06/2025

সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকাদেৱৰ আজি মৃত্যুবাৰ্ষিকীত তেখেতলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ ।

অসমৰ সাহিত্য জগতৰ এটি চিৰজ্যোতিষ্মান নক্ষত্ৰ পার্ৱতিপ্রসাদ বৰুৱা। এই মহান ব্যক্তিজনাৰ পৱিত্র পুণ্যতিথিত তেখেতলৈ যাচিলোঁ ...
07/06/2025

অসমৰ সাহিত্য জগতৰ এটি চিৰজ্যোতিষ্মান নক্ষত্ৰ পার্ৱতিপ্রসাদ বৰুৱা। এই মহান ব্যক্তিজনাৰ পৱিত্র পুণ্যতিথিত তেখেতলৈ যাচিলোঁ অন্তৰভৰা শ্রদ্ধার্ঘ্য।

নিজৰ জীৱনকালত অসমৰ পৰিচয়, স্বাভিমান আৰু অস্তিত্ব ৰক্ষাৰ যুঁজত সন্মুখৰ পৰা নেতৃত্ব দিয়া অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী ‘ভাৰ...
06/06/2025

নিজৰ জীৱনকালত অসমৰ পৰিচয়, স্বাভিমান আৰু অস্তিত্ব ৰক্ষাৰ যুঁজত সন্মুখৰ পৰা নেতৃত্ব দিয়া অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী ‘ভাৰতৰত্ন’ লোকপ্ৰিয় গোপীনাথ বৰদলৈদেৱৰ আজি জন্মবাৰ্ষিকী। প্ৰকৃতাৰ্থত অসমৰ সু-ভৱিষ্যতৰ কথা চিন্তা কৰা মহান অসমীয়া লোকপ্ৰিয় গোপীনাথ বৰদলৈদেৱক শ্ৰদ্ধাৰে সুঁৱৰিছোঁ।

কলাত্মক দৰ্শনেৰে অসমৰ সমাজ জীৱনক মহীয়ান কৰা বিশিষ্ট চিত্ৰশিল্পী, অসম সৌৰভ নীল পৱন বৰুৱা দেৱৰ জন্মদিৱসত শ্ৰদ্ধাৰে সুঁৱৰিছ...
01/06/2025

কলাত্মক দৰ্শনেৰে অসমৰ সমাজ জীৱনক মহীয়ান কৰা বিশিষ্ট চিত্ৰশিল্পী, অসম সৌৰভ নীল পৱন বৰুৱা দেৱৰ জন্মদিৱসত শ্ৰদ্ধাৰে সুঁৱৰিছোঁ ।

🙏🙏🙏
01/06/2025

🙏🙏🙏

31/05/2025

Address


Telephone

+919859211178

Website

Alerts

Be the first to know and let us send you an email when Entertain Axom posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Entertain Axom:

Shortcuts

  • Address
  • Telephone
  • Alerts
  • Contact The Business
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share