18/07/2025
GO BACK
#শক্তি মন্ত্ৰীয়ে পদত্যাগ কৰক
#শ্লোগানৰে উত্তাল প্ৰতিবাদ কলাইগাওঁৰ ৰাজপথত
কলাইগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত অনিয়মীয়া বিজুলী সেৱা, সঘনে বিদ্যুৎ কৰ্তন আৰু বিভাগীয় ব্যৱস্থাপনাৰ চূড়ান্ত ব্যৰ্থতাৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয়।