s̺r̺u̺t̺i̺ k̺a̺s̺h̺y̺a̺p̺

  • Home
  • s̺r̺u̺t̺i̺ k̺a̺s̺h̺y̺a̺p̺

s̺r̺u̺t̺i̺ k̺a̺s̺h̺y̺a̺p̺ Good

15/05/2025
11/02/2025
07/02/2025
01/02/2025
26/12/2024
21/12/2024

'মানুহ দেখিছোঁ আজি
বহুত মানুহ…' শীৰ্ষক কালজয়ী গীতটিকে ধৰি কেইবাটিও চিৰসেউজ গীতত কণ্ঠ নিগৰাই অসমৰ সংগীত প্ৰেমীৰ হৃদয়ত এক বিশেষ স্থান অধিকাৰ কৰা সূৰ্য দাসদেৱৰ মৃত্যু সংবাদ শুনি শোকাহত হৈছোঁ৷ এগৰাকী অতি উদাৰ মনৰ বিশাল ব্যক্তিত্ব, গণশিল্পী সূৰ্য দাসদেৱৰ গীতসমূহত আমি বিশেষকৈ বিচাৰি পাইছিলোঁ মানৱতাৰ কথা৷ তেখেতৰ প্ৰয়াণ অসমৰ সাংস্কৃতিক তথা সমাজ জীৱনৰ বাবে বৃহৎ ক্ষতি৷ তেখেতৰ অৱদানে অসমক চিৰদিন সমৃদ্ধ কৰি ৰাখিব৷ মহান শিল্পীগৰাকীৰ বিদেহ আত্মাৰ চিৰশান্তিৰ অৰ্থে ঈশ্বৰৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাই শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ৷
ওঁম শান্তি🙏

Address


Opening Hours

Monday 09:00 - 17:00

Telephone

+918638875343

Website

Alerts

Be the first to know and let us send you an email when s̺r̺u̺t̺i̺ k̺a̺s̺h̺y̺a̺p̺ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

  • Address
  • Telephone
  • Opening Hours
  • Alerts
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share