Alive News

Alive News সত্য ,নিষ্ঠা ,ভক্তি, আৰু সমাজ সেৱাৰে এলাইভ নিউজ।
(1)

13/07/2025

তেজপুৰ চামধৰা আমছুৰ উত্তাল প্ৰতিবাদ। আৰক্ষীৰ সৈতে খণ্ডযুদ্ধত লিপ্ত আমছু নেতা-কৰ্মী। প্ৰতিবাদী সমদল উলিওৱাত বাধা আৰক্ষীৰ।

23/06/2025

বিশ্বনাথৰ চালিয়া চাপৰিত আমছুৰ শপত গ্ৰহণ ও কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা অনুষ্ঠান।

20/06/2025

খোৱাঙত ৰাভা দিৱসৰ দিনা স্মৃতি সোঁৱৰিলে বিষ্ণু ৰাভাৰ সানিধ্য লাভ কৰা এজন বয়োজ্যেষ্ঠ ব্যক্তিয়ে ।

20/06/2025

কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা ৫৭ সংখ্যক স্মৃতি দিৱস উদযাপন।

15/06/2025

জামুগুৰিহাটত দুটাকৈ ছাগলী চোৰ আটক ৰাইজৰ কাণত ধৰাই আঠু কঢ়াই ৰাজহুৱা শাস্তি প্ৰদান ছাগলী চোৰক ৷

15/06/2025

অনিয়মীয়া বিদুৎ যোগানত অতিষ্ঠ ৰাইজ
বিদ্যুত বিভাগ আৰু শক্তি মন্ত্ৰীৰ প্ৰতিকৃতি দাহ কাৰ্যসূচী ৰূপায়ণ কৰি জালুগুটি আছুৰ তীব্ৰ প্ৰতিবাদ ‌।

10/06/2025

ঈদৰ আনন্দ উল্লাহৰ মাজতে সন্ধানহীন এজন মানসিকভাৱে বিকাৰগ্ৰস্থ যুৱক।

04/06/2025

খোৱাং হালধিবাৰী মইনা গাঁ‌ৱত বুঢ়ীদিহিং নদীৰ ভগ্ন ৰিং বান্ধেৰে পানী সোমাই বুৰাই পেলালে বিস্তৃৰ্ণ অঞ্চল।

03/06/2025

জলমগ্ন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ চল্লিশ শতাংশ অঞ্চল।

23/05/2025

জামুগুৰিহাটত গোৰ্খা ভৱনৰ আধাৰশিলা স্হাপন বিধায়ক পদ্ম হাজৰিকাৰ ৷

11/05/2025

তেজপুৰত বিজয়ী পাৰ্টীৰ মন্তব্য লগতে তেজপুৰ বিধায়ক পৃথ্বীৰাজ ৰভাৰ মন্তব্য।

09/05/2025

ভাৰত-পাকিস্তানৰ যুদ্ধ পৰিস্থিতিৰ বাবেই বাতিল হ'ল দ্বাত্ৰিংশতম চেপন কেন্দ্ৰীয় ৰঙালী বিহু।

Address


Alerts

Be the first to know and let us send you an email when Alive News posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Alive News:

Shortcuts

  • Address
  • Alerts
  • Contact The Business
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share