Debajani's Lifestyle & Kitchen

  • Home
  • Debajani's Lifestyle & Kitchen

Debajani's Lifestyle & Kitchen Only for Promotional video, contact me-8099092685
home remedy, Recipes, lifestyle and entertainment.
(4)

16/10/2025

কইনাৰ বাবে ডায়মণ্ডৰ গহনা কিনিলোঁ/সাত হাজাৰ টকাত পালোঁ ডায়মণ্ড আঙুঠি/সাত কোটি টকীয়া আঙুঠি দেখিলোঁ/

KISNA DIAMOND&GOLD JEWELLERY
Near IDFC Bank,KB road,Jorhat
Contact:8638581062

15/10/2025

সকলোৱে কমেণ্টত এটাই লিখক

আমাৰ এই শক্তি অধিকৰ পৰা অত্যাধিক কৰোঁ আহক...

14/10/2025

৩৫ টকা খৰচ কৰিয়েই প্ৰতিদিনে উপাৰ্জন কৰে তিনিহাজাৰ টকা/চাকৰি সকলোৱে নাপায়/গতিকে ই হ’ব পাৰে নিবনুৱাৰ বাবে সুবৰ্ণ সুযোগ/

14/10/2025

গতানুগতিক কামবোৰ কৰি আছোঁ।কিন্তু আগৰ দৰে আৱেগ নাই কোনো কামত, মনত আনন্দ নাই।কেৱল দায়িত্ব পালন কৰিছোঁ।
মনত এটাই প্ৰশ্ন জুবিন দাই ন্যায় পাবনে!
প্ৰতিদিন ন - ন কাহিনী।মানুহবোৰক ব্যস্ত ৰাখিব লাগে!
কিন্তু আমাৰ মানুহবোৰে জুবিন দাক প্ৰাণভৰি ভালপায়।
আমাৰ মানুহবোৰে যুঁজি আছে...
যুঁজি থাকিব...
এতিয়া মাথোঁ সেয়াই সঁচা
ন্যায় লাগে আমাক...
লাগিবই...

13/10/2025

বিয়াৰ প্ৰস্তুতি তুংগত/৬০০ টকাৰ পৰা ৪৫ হাজাৰ টকালৈকে কইনাৰ কাপোৰ কিনিলোঁ/কইনাৰ বেগ,অসমীয়া গহনা,দৰাৰ সাঁজ,মান ধৰা কাপোৰ সকলো কিনিলোঁ/

11/10/2025

পাঁচ টকাত পালোঁ/

লক্ষ্মীসকল কুশলে থাকক…
06/10/2025

লক্ষ্মীসকল কুশলে থাকক…

06/10/2025

আমাৰ ঘৰত জুবিন দাক স-সন্মানেৰে ৰাখিবৰ বাবে এই ব্যৱস্থা/ঘৰখন এনেদৰে সজালে বহুত গাম্ভীৰ্যপূৰ্ণ হয়/কেনে দেখিছে জনাব/

05/10/2025

বাইক স্কুটাৰৰ দাম বহুত কমি গ’ল/১০০ টকা EMI দি নিব পাৰিব বাইক স্কুটাৰ/cibil বেয়া থাকিলেও পাব বাইক/

05/10/2025

ফেছিয়েল কৰোঁতে এইটো ভুল নকৰিব/মুখখন বেয়া হৈ যাব একেবাৰে/ঘৰতে কৰিব পৰা এটা ফেছিয়েল কিট/

Address


Website

Alerts

Be the first to know and let us send you an email when Debajani's Lifestyle & Kitchen posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Debajani's Lifestyle & Kitchen:

  • Want your business to be the top-listed Media Company?

Share