NETV Digital

NETV Digital Assamese Web News Channel

16/07/2025

চৰাইদেউ জিলাত আৰক্ষী আৰু আসাম ৰাইফালছে তীব্ৰতৰ কৰি তুলিছে আলফা বিৰোধী অভিযান। বিগত দুদিনত নিৰাপত্তা বাহিনীৰ যুটীয়া অভিযানকাৰী দলে অসমৰ বিভিন্ন ঠাইৰ লগতে নগালেণ্ডৰ মন জিলাৰ পৰা আলফা (স্বাধীন)ৰ সৈতে পৰোক্ষ বা প্ৰত্যক্ষ যোগাযোগ ৰক্ষা কৰি সংগঠনটোৰ লিংকমেন হিচাপে কাম কৰি থকা দহ জন লোকক গ্ৰেপ্তাৰ কৰাৰ বিষয়ে সংবাদ মাধ্যমত জনালে ডি এছ পি গজানন্দ শৰ্মাই জানিবলৈ দিয়ে।

14/07/2025

গুণগুণ চেতিয়াৰ ঘৰত অখিল গগৈ । পথাৰত গুণগুণৰ লগত একেলগে ৰুলে কঠীয়া।

10/07/2025

অসমীয়া ভাষাক লৈ ব্লেকমেইলিং বন্ধ হ’ব লাগিব। কোনেও কাৰো হাতে-ভৰিয়ে ধৰি মাতৃভাষা অসমীয়া বুলি লিখিবলৈ অনুৰোধ নকৰে। আছুৰ সভাপতি উৎপল শৰ্মা

10/07/2025

'গৌৰৱ গগৈ এজন LEADER, আমি কেৱল কৰ্মী হে' 'এজন LEADERৰ লগত কেতিয়াও VERSUS নহয়' প্রদেশ কংগ্ৰেছত পদবী নাপায় ক্ষোভিত হোৱা নৈঋতা জয় শুক্লাৰ স্পষ্টিকৰণ

09/07/2025

ধুবুৰী জিলাৰ নায়েৰ আলগা উন্নয়ন খণ্ডৰ মায়াৰচৰ গাওঁ পঞ্চায়তত দুই ভাতৃৰ পত্নীয়ে এগৰাকী হৈছে সভানেত্ৰী আৰু আনগৰাকী হৈছে উপ-সভানেত্ৰী একেটা পৰিয়ালত দুয়োটা পদবী৷

08/07/2025

চাপৰত উচ্ছেদতিৰ মাজত হাহাকাৰ পৰিস্থিতি, কান্দোনত ভাঙি পৰিছে শ শ উচ্ছেদিত ৷

08/07/2025

বিহালী শিক্ষাখন্ডৰ শিক্ষক সকলৰ প্ৰতিবাদ। লেহাইৰাম মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষয়ত্রী মায়া উপাধায়.. আত্মহননৰ পিছতেই এই প্ৰতিবাদ৷

ডবকাত বেংকলৈ ৰহস্যজনক ভাৱে নিখোজ এগৰাকী  মহিলা । মহিলাগৰাকীৰ সন্ধান বিচাৰি স্বামী আনোৱাৰ হুছেইনে চাৰিওফালে বিচাৰ-খোচাৰ ক...
07/07/2025

ডবকাত বেংকলৈ ৰহস্যজনক ভাৱে নিখোজ এগৰাকী মহিলা ।

মহিলাগৰাকীৰ সন্ধান বিচাৰি স্বামী আনোৱাৰ হুছেইনে চাৰিওফালে বিচাৰ-খোচাৰ কৰে -যদিও পোৱা নাই কোনো শুংসূত্ৰ । যাৰ বাবে ডবকা থানাত এজাহাৰ দাখিল কৰিছে স্বামী আনোৱাৰ হুছেইনে । নিৰুদ্দেশ হোৱা মহিলাগৰাকী আছিল পাঁচ সন্তানৰ মাতৃ । মহিলাগৰাকীৰ সন্ধান বিচাৰি আৰক্ষীৰ লগতে ৰাইজৰ সহায় বিচাৰিছে স্বামীয়ে । কোনো সদাশয় লোকে দেখা পালে 6000563463 নম্বৰত যোগাযোগ কৰি চমজাই দিবলৈ আহব্বান স্বামীৰ ।

06/07/2025

লখিমপুৰৰ উচ্চেদ অভিযানক লৈ জনপ্ৰিয় কণ্ঠশিল্পী মানস ৰবীনৰ মন্তব্য ৷

06/07/2025

Address


Alerts

Be the first to know and let us send you an email when NETV Digital posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to NETV Digital:

Shortcuts

  • Address
  • Alerts
  • Contact The Business
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share