04/08/2025
#বঙাইগাঁৱত বগা চাউলৰ ক’লা বেহা অব্যাহত ৰাখিছে শ্বৰিফুল ইছলামে ৷
#কোন এই শ্বৰিফুল ?
#যিজনে নিশাৰ অন্ধকাৰত সৰবৰাহ কৰে চৰকাৰী খাদ্য সুৰক্ষাৰ চাউল ৷
( #মাণিকপুৰৰপৰা আব্দুল ছোৱাহন আলিৰ ৰিপৰ্ট Today )