Janata Express

  • Home
  • Janata Express

Janata Express Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Janata Express, Media/News Company, .

জনতা Express:
বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক- 6001631998/6003689166/
6001715283

জনতাৰ কাষত জনতাৰ সপক্ষে নিৰ্ভীক নিৰপেক্ষ বাতৰি পৰিৱেশনত জনতা Express সদায় দায়বদ্ধ।

📌ঢেকিয়াজুলি আৰু ঠেলামৰা অঞ্চলত বিগত ১২  ঘণ্টা ধৰি নাই বিদ্যুত সেৱা।
25/07/2025

📌ঢেকিয়াজুলি আৰু ঠেলামৰা অঞ্চলত বিগত ১২ ঘণ্টা ধৰি নাই বিদ্যুত সেৱা।

23/07/2025

📌সদৌ অসম আদিবাসী ছাত্ৰ সন্থা শোণিতপুৰ জিলা উদ্যোগত আৰু আঞ্চলিক সমিতিৰ সহযোগত অনুষ্ঠিত কৰা
#জিলা_আয়ুক্ত_কাৰ্য্যালয়ত
#২ঘণটিয়া_ধৰ্ণা_কাৰ্য্যসূচী।

দাবী জনাই
১) অসমত বসবাস কৰা আদিবাসী সকলক অতি শীঘ্ৰে জনজাতিকৰণৰ (ST) মৰ্য্যাদা প্রদান কৰা।
২) অসম ভূমি অধিগ্রহন আইন ১৮৮৬ ৰ ১০ অধ্যায়ৰ মতে আদিবাসী সকলক ভূমিৰ পট্টা প্ৰদান কৰা।
৩) অসমৰ চাহ বাগিছাৰ শ্ৰমিক সকলৰ দৈনিক মজুৰি ৫৫১/- টকালৈ বৃদ্ধি কৰা।
৪) আদিবাসী জনগোষ্ঠিৰ উৰাং, মুণ্ডা, খাড়িয়া, চাওতাল, উড়িয়া, গড়, ভূমিজ ইত্যাদি জাতি-উপজাতিক শুদ্ধ জাতিগত প্রমাণ পত্র প্রদান কৰা।
# Janata Express

19/07/2025
📌নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দ্বিপেন বড়োৰ সংবাদ মেলৰ পাছতে ।📌শোণিতপুৰৰ পূব সংমণ্ডলৰ সংমণ্ডল বন বিষয়া চম্পক ডেকা।শোণ...
19/07/2025

📌নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দ্বিপেন বড়োৰ সংবাদ মেলৰ পাছতে ।
📌শোণিতপুৰৰ পূব সংমণ্ডলৰ সংমণ্ডল বন বিষয়া চম্পক ডেকা।
শোণিতপুৰৰ পশ্চিম সংমণ্ডলৰ চাৰিদুৱাৰৰ বনানিকৰণ ৰেন্জাৰ সুজিত নৰহক বদলি কৰা হয় ।

17/07/2025

📌 আজি ঢেকিয়াজুলিত ৰাজ চক্ৰ কাৰ্যালয় সন্মুখত এবছুৰ ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে ।

17/07/2025

📌 ঝাৰখণ্ডত নস্কালবাদী লগত হোৱা সংঘৰ্ষত শ্বহীদ হোৱা।
📌অসমৰ CRPF বীৰ জোৱান ২০৯ বেটেলিয়ন কব্রা কামাণ্ডো প্ৰানেশ্বৰ কোচঁলৈ আমি শ্ৰদ্ধাঞ্জলি জনালোঁ।

17/07/2025

📌 গোৱালপাৰাত ভংয়াবহ পৰিস্থিতি অসম আৰক্ষী কেইবাজনো আহত।

13/07/2025

ঢেকিয়ালজুলীত ৰিলায়েন্স কৰ্ণাৰ দোকানৰ দিনৰ পোহৰতে চুৰি কাণ্ড সংগঠিত হয়ছে ।

Address


Website

Alerts

Be the first to know and let us send you an email when Janata Express posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

  • Address
  • Alerts
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share