Sewjjyoti Dutta

  • Home
  • Sewjjyoti Dutta

Sewjjyoti Dutta Sewjjyoti Dutta

12/02/2024
Good Evening
22/07/2023

Good Evening

20/06/2023

চিৰ নমস্য মহান শিল্পী,কবি,সাহিত্যিক,নাট্যকাৰ, চিত্ৰকাৰ তথা দেশপ্ৰেমিক কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দেৱৰ পৱিত্ৰ পুণ্য তিথিত শিল্পীজনালৈ সশ্ৰদ্ধ প্ৰণিপাত যাচিছোঁ।

ৰাভাৰ আভাৰে উদ্ভাসিত হওঁক জাতীয় জীৱনৰ সমগ্ৰ সত্তা...

17/06/2023

আজি ইংৰাজী ১৭৷০৬৷২০২৩ তাৰিখে তিনিচুকীয়া ডুমডুমা আৰু শদিয়া পথ সং মণ্ডলৰ অধীনত লোক নিৰ্মাণ বিভাগৰ দ্বাৰা ৰূপায়ন হ'বলগীয়া অসম চৰকাৰৰ জনপ্ৰিয় আচঁনি মুখ্যমন্ত্ৰীৰ পথ নবীকৰণৰ অধীনত খেৰজান দুৱাৰমৰা পথ ( ৰূমাইগাভৰুৰ পৰা খেৰজানলৈ) আৰু ফিল'বাৰী আৰু পেঙেৰী সংযোগী পথ ( ফিল'বাৰী তিনিআলিৰ পৰা পেঙেৰী চাৰিআলি) পথৰ নবীকৰণৰ কাৰ্য্য ১২৫ নং ডুমডুমাৰ বিধানসভা সমষ্টিৰ আমাৰ মাননীয় বিধায়ক শ্ৰীযুত ৰূপেশ গোৱালা ডাঙৰীয়াই আধাৰশিলাৰ স্হাপন কৰে৷
Himanta Biswa Sarma

15/04/2023
08/04/2023

সচাঁ কথা।

Address


Telephone

+917002019557

Website

Alerts

Be the first to know and let us send you an email when Sewjjyoti Dutta posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Sewjjyoti Dutta:

Shortcuts

  • Address
  • Telephone
  • Alerts
  • Contact The Business
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share