Utpal Rajguru

  • Home
  • Utpal Rajguru

Utpal Rajguru গতানুগতিকতাৰ পৰিবৰ্তে অকনমান ব্যতিক্ৰম।
📞7002607013

19/09/2025

📌 ৰথী মহাৰথীসকলৰ প্ৰতিজ্ঞাৰ ফলাফল কুৰুক্ষেত্ৰ মহাসমৰ। তেওঁলোকে যদি এই প্ৰতিজ্ঞা সমূহ উঠাই ললেহেতেন মহাভাৰতৰ যুদ্ধই নহ'লহেতেন।

18/09/2025

📌 কৰ্ণয়ো জীৱনত বহু ভুল কৰিছিল যাৰ শেষ পৰিণতি বহু ভয়ংকৰ আছিল।

17/09/2025

📌 ধৃতৰাষ্ট্ৰই কিয় অন্ধ হৈ জন্ম লাভ কৰিছিল জানেনে? ধৃতৰাষ্ট্ৰ আৰু পাণ্ডুৰ প্ৰকৃত পিতৃ শান্তনু যদিওঁ তেওঁলোকৰ জন্মদাতা পিতৃ আছিল ব্যাসমুনিহে।

16/09/2025

📌 মৰিগাঁও SHANTI TVS ত যিকোনো এখন বাইক নাইবা স্কুটি কিনক আৰু তাৰ লগত অন্য এখন বাইক ঘৰলৈ লৈ যাওঁক।

📌 Shanti TVS এ আগবঢ়াইছে পূজাৰ বিশেষ অফাৰ। য'ত আপুনি দহ হাজাৰ টকাতে নিব পাৰিব সপোনৰ বাহনখন আৰু জিকিব পাৰিব ৭ খনলৈ বাইক আৰু ৪৭ টা অন্য আকৰ্ষণীয় উপহাৰ।

📌 যোগাযোগ- 9435841786, 9435068786

16/09/2025

📌 পিতৃৰ প্ৰেমক পূৰ্ণতা দিবলৈ গৈ ভীষ্মই আজীৱন চিৰকুমাৰ হৈ থকাৰ প্ৰতিজ্ঞা লৈছিল।

📌 আজিৰ ভিডিঅ'ত জানিব পাৰিব দেৱব্ৰত কেনেকৈ ভীষ্ম হ'ল আৰু তেওঁ কিয় বিয়া নকৰোৱাৰ প্ৰতিজ্ঞা কৰিছিল।

15/09/2025

📌 পঞ্চপাণ্ডৱ এজনো পাণ্ডুৰ সন্তান নাছিল। কাৰণ পাণ্ডুৱে পত্নীৰ সৈতে সংগম কৰিব নোৱাৰিছিল।

14/09/2025

📶 জোনমনি বাৰ মাছৰ গানটি শুনি আপ্লুত হব আপুনি।

অ' পাহৰিয়েই আছিলো। জন্মষ্টমীৰ দিনা ডবাপিতা বৰষুণৰ মাজত মামা ঘৰত জন্ম হোৱা বাবে গাঁৱত মোৰ নাম 🙏 #কৃষ্ণ🙏
14/09/2025

অ' পাহৰিয়েই আছিলো। জন্মষ্টমীৰ দিনা ডবাপিতা বৰষুণৰ মাজত মামা ঘৰত জন্ম হোৱা বাবে গাঁৱত মোৰ নাম 🙏 #কৃষ্ণ🙏

14/09/2025

📌 বিহুগীতৰ ৰূপত ব্যঞ্জনবৰ্ণ গোটেইখন আজিৰ ভিডিঅ'ত পাব।। আপোনাৰ লগতে আপোনাৰ শিশুটিৰ বাবে এটি বিশেষ ভিডিঅ'।

14/09/2025

📌এইকেইটা ভুলৰ বাবে ভিডিঅ' ভাইৰেল নহয়।
📌 ফেচবুকত ফুল বিনিময় কৰি কি লাভ হয় বাৰু??

14/09/2025

📌 গাঁৱৰ এই প্ৰতিভাই মন চুই যাব আপোনাৰ।

14/09/2025

📌 এটা ভয়ংকৰ অলৌকিক ঘটনা ঘটি গ'ল মা কালিকা থানত। বুকুত সাহস লৈহে ভিডিঅ'টি চাব।

📌 আজিৰ পৰা মন্দিৰৰ বাবে কিছু বিশেষ নিয়ম বিধি পালন কৰিব লাগিব।

📌 এইভাগ মৰিগাওঁ জিলাৰ মিকিৰভেটা ডেকাগাঁৱৰ 600 বছৰ পুৰণি কালিকা থান। পৰম মহিমাৰে মহিমামন্দিত এইভাগ মন্দিৰত সকলো ভক্তৰ মনোকামনা পূৰ্ণ হয়।

Address


Website

Alerts

Be the first to know and let us send you an email when Utpal Rajguru posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Utpal Rajguru:

  • Want your business to be the top-listed Media Company?

Share