TIME8 Hindi

TIME8 Hindi Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from TIME8 Hindi, Media/News Company, Pacific Business Center, Hoshangabad Road, Madhya, .

22/08/2025

জুৰীয়াৰ বেদখলকাৰীক অন্তিম সময়সীমা । ২৭ আগষ্টৰ পুৱা ৮ বজাৰ পৰাই চলিব বৃহৎ উচ্ছেদ । পুনৰ ৪ দিনৰ বাবে সময়সীমা বান্ধি দিলে জিলা প্ৰশাসনে

22/08/2025

📌'গোটেই ল'ৰা-ছোৱালী বিলাক চাৰিও ফালে দৌৰি ফুৰিছে'
📌'আপুনি এতিয়া পঢ়াব লাগে'
📌'এইটো চাহ খোৱা সময় নহয়'
📌হঠাৎ নগাঁৱৰ ডাকৰঘাট উচ্চ মাধ্যমিক বিদ্যালয়ত নগাঁও জিলাৰ আয়ুক্ত দেবাশীষ শৰ্মা

22/08/2025

নগাই অসমীয়াক কি বুলি ভাবিছে ? আগ্ৰাসন বন্ধ নহ'লে অসম-নাগালেণ্ডৰ সকলো ঘাইপথ কৰা হ'ব বন্ধ। মিঞাক যিদৰে পঠিওৱা হ'ল নগাকো পঠাবলৈ কুন্ঠাবোধ নকৰো। বাংলাদেশ সীমান্তৰ দৰে নাগালেণ্ড সীমান্ততো কাঁটাতাৰ লগাওক। নগাৰ বিৰুদ্ধে অসমীয়া যুৱ মঞ্চ।

22/08/2025

যিদৰে উচ্ছেদ কৰিছে সেইদৰে বিতাড়ন কৰক মিঞাক। অন্যথা আমি নিজেই ব্যৱস্থা ল'ম। মিঞাই সকলো বেয়া কাম কৰে। উজনিৰ পৰা পঠিওৱাৰ পিছতো বাৰে বাৰে উজনিলৈ ঘূৰি আহে একাংশ মিঞা। অসমীয়া যুৱ মঞ্চৰ গৰ্জন।

22/08/2025

পুনৰ বুলড'জাৰৰ শব্দত কঁপিব বিশ্বনাথ। মছজিদ, ঈদগাহ সকলোতে পৰিব প্ৰশাসনৰ হাতোৰা। ১৫ দিনৰ সময়সীমা বান্ধি দিয়াৰ পিছতে উচ্ছেদিতৰ হাহাকাৰ। বিহালীৰ বাঘমাৰীৰ নামাপাৰা, পলকটা অঞ্চলত চলিব উচ্ছেদ অভিযান।

22/08/2025

'মিঞা মিঞা কৰা হে বীৰসকল নগাৰ পৰা অসমখন উদ্ধাৰ কৰক।' যদি পাৰে উৰিয়ামঘাটলৈ যাওক। হাঁহৰ ওপৰত শিয়াল ৰজা দেখাই লাভ নাই। নাম নোলোৱাকৈ শৃংখল, চিতুক এজাউৰি ইউনুছ তামুলীৰ।

22/08/2025

অসমীয়া গাঁৱলৈ নগাৰ উচ্ছেদৰ জাননী। নগাক হাতজোৰ কৰিবলৈ বাধ্য হ'ল অসম আৰক্ষী। বনবিষয়াক উচ্ছেদস্থলীত গছপুলি ৰোপনত বাধা নগাৰ। অসমৰ ভূমিত প্ৰৱেশ নগাৰ তাণ্ডৱ

22/08/2025

আপুনি গছপুলি ৰুইছিলনে? আজিৰে পৰা পাব চৰকাৰৰ ১০ হাজাৰ টকা। আজিৰে পৰা ২৮ছেপ্তেম্বৰলৈ লাখ লাখ মহিলাই পাব টকা। তালিকাত আছে নে আপোনাৰ নাম? জানি লওক সবিশেষ।

21/08/2025

নিশা ব্ৰইলাৰ ফাৰ্মত ভয়ংকৰ ঘটনা । গোলাঘাট কমাৰবন্ধাৰ নাওশলীয়া গাঁৱত সংঘটিত ঘটনাক লৈ উত্তপ্ত পৰিস্থিতি। ঘটনাস্থলীত উপস্থিত অগ্নিনিৰ্বাপক বাহিনী

21/08/2025

হাটশিঙিমাৰীত ধৰা পৰিল বেটাৰী চোৰ ছেলিম শ্বেখ। মানকাচৰ জিলা চিকিৎসালয়ৰ পাৰ্কিঙত থকা টেম্পোৰ পৰা চুৰি কৰিছিল বেটাৰী

21/08/2025

হাজাৰ-হাজাৰ দৰ্শকৰ সন্মুখত ৰাৱণৰ ট্ৰেক্টৰ। ৰাৱণৰ গৰ্জনত কঁপি উঠিল সমগ্ৰ নলবাৰী। মানুহৰ মুখে মুখে ৰাৱণৰ জনপ্ৰিয় সংলাপ। বৰদৈচিলা থিয়েটাৰৰ 'ৰাৱণ' নাটকত চম্পক শৰ্মাৰ চমক ৷ নলবাৰীৰ পানীগাঁৱত বৰদৈচিলা থিয়েটাৰৰ প্ৰথম নিশাতে দৰ্শকৰ মুখে মুখে বাগৰিছে হিট সংলাপ ।

21/08/2025

মৰ্মান্তিক! বহু সপোন বুকুত বান্ধি ঘৰৰ পৰা ওলাই যোৱা অংকুৰৰ সৈতে শোকাৱহ ঘটনা! নয়দাত ইঞ্জিনিয়াৰ হিচাপে কৰ্মৰত আছিল অংকুৰ। পিতৃ-মাতৃক কন্দুৱাই অজান দেশলৈ গুচি গ'ল পুত্ৰ...

Address

Pacific Business Center, Hoshangabad Road, Madhya

462026

Alerts

Be the first to know and let us send you an email when TIME8 Hindi posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to TIME8 Hindi:

Shortcuts

  • Address
  • Telephone
  • Alerts
  • Contact The Business
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share