AMAR AXOM

AMAR AXOM অসমৰ সাংস্কৃতিক দিশত আৰু ৰাইজৰ হকে কাম কৰিবলৈ 24x7 আমি প্ৰস্তুত আছোঁ
Love our Culture
(1)

20/07/2025

সকলোৰে মৰমৰ কণ্ঠশিল্পী Dharmarag Panging ৰ গীতৰ শৰাই

19/07/2025

সকলোৰে মৰমৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰ এটি সুন্দৰ সংগীতানুষ্ঠান সকলোৱে এবাৰ চাবচোন

19/07/2025

এটি সুন্দৰ মিচিং গীত সকলোৱে এবাৰ চাবচোন 🥰

18/07/2025

Gunabiram Kuli ৰ কণ্ঠত ঐনিতম সকলোৱে এবাৰ চাবচোন এটি সুন্দৰ সংগীতানুষ্ঠান

17/07/2025

A Superhit Mising Song 🔥
🎤 Dharmarag Panging
এটি সুন্দৰ গীত আপোনাসৱলৈ আগবঢ়াই দিলো 👉 সকলোৱে এবাৰ চাবচোন 🥰

🌟 গুৱাহাটীবাসী তথা অসমবাসী ৰাইজলৈ গৌৰৱৰ খবৰ! 🌟গুৱাহাটী — উত্তৰ-পূব ভাৰতৰ আটাইতকৈ পৰিষ্কাৰ ৰাজধানী চহৰ হিচাপে স্বচ্ছ সৰ্ব...
17/07/2025

🌟 গুৱাহাটীবাসী তথা অসমবাসী ৰাইজলৈ গৌৰৱৰ খবৰ! 🌟

গুৱাহাটী — উত্তৰ-পূব ভাৰতৰ আটাইতকৈ পৰিষ্কাৰ ৰাজধানী চহৰ হিচাপে স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫-ত স্থান লাভ কৰিছে! 🏆

এই স্বীকৃতি আমাৰ সকলোৰে মিলিত প্ৰচেষ্টাৰ ফল। 🙌
স্বচ্ছতা আৰু পৰিষ্কাৰতা গঢ়ি তোলাত গুৱাহাটীবাসীয়ে যি সহযোগিতা আগবঢ়াইছে, সেইবিলাকেই আজিৰ এই গৌৰৱজনক ফলাফলৰ আঁতৰ সাৰ।

🌱 এখন চাফা, সুন্দৰ আৰু উন্নত গুৱাহাটী গঢ়ি তোলাৰ বাবে আগলৈও একেলগে কাম কৰি যাওঁ।

#স্বচ্ছ_গুৱাহাটী #গৌৰৱ_অসম #স্বচ্ছতা_অভিযান

17/07/2025

সকলোৰে মৰমৰ কণ্ঠশিল্পী Hironya Narah ৰ কণ্ঠত এটি সুন্দৰ গীত আপোনাসৱলৈ আগবঢ়াই দিলো 🥰

13/07/2025

সকলোৰে মৰমৰ জনপ্ৰিয় কণ্ঠশিল্পী Achurjya Borpatra ৰ কণ্ঠত Non Stop Bihu আপুনিও এবাৰ উপভোগ কৰক 👉⏯️ Live

"চৰকাৰী ভূমি দখল কৰিলে উচ্ছেদ হবই –মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ স্পষ্ট মন্তব্য।"প্ৰতিবাদ কৰি লাভ নাই। চৰকাৰী ভূমিত অ...
13/07/2025

"চৰকাৰী ভূমি দখল কৰিলে উচ্ছেদ হবই –মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ স্পষ্ট মন্তব্য।
"প্ৰতিবাদ কৰি লাভ নাই। চৰকাৰী ভূমিত অবৈধ দখল চলি থাকিব নোৱাৰে – মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ স্পষ্ট মন্তব্য। ৰাজ্যৰ উচ্ছেদ অভিযান অব্যাহত থাকিব বুলি ঘোষণা।
জনতাৰ কি মতামত এই সন্দর্ভত?"

#উচ্ছেদ #অসমৰখবৰ #উচ্ছেদঅভিযান

"চকু পানী নোলোৱা কান্দোন! উচ্ছেদস্থলীত ৰকিবুল হুছেইনৰ নাটক — মুখ্যমন্ত্ৰীৰ মন্তব্য ৰকিবুলক লৈ"উচ্ছেদস্থলীত হাজিৰ হৈ ৰকিব...
12/07/2025

"চকু পানী নোলোৱা কান্দোন! উচ্ছেদস্থলীত ৰকিবুল হুছেইনৰ নাটক — মুখ্যমন্ত্ৰীৰ মন্তব্য ৰকিবুলক লৈ"
উচ্ছেদস্থলীত হাজিৰ হৈ ৰকিবুল হুছেইনে কান্দি থকা দৃশ্যই ৰাইজৰ মাজত বিতৰ্ক সৃষ্টি কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তীব্ৰ মন্তব্য কৰি কৈছে — "চকুপানী ওলোৱা নাই, মাত্ৰ অভিনয়!"
এই মন্তব্যে অসম ৰাজনীতিত নতুন বিতৰ্কৰ জুই জ্বলাইছে।

📌 আপোনাৰ মতামত ক'ত? নাটক নে বাস্তৱ কান্দোন? কমেণ্টত জনাব।

👉 ঢকুৱাখনা সমষ্টিৰ অন্তৰ্গত শিমলুডোঙাত মৰ্মান্তিক ঘটনা, কন্যাৰ পুষ্পিতা বিবাহৰ শুভ দিনটোতে বিদ্যুত স্পৃষ্ট হৈ পিতৃৰ মৃত্...
12/07/2025

👉 ঢকুৱাখনা সমষ্টিৰ অন্তৰ্গত শিমলুডোঙাত মৰ্মান্তিক ঘটনা, কন্যাৰ পুষ্পিতা বিবাহৰ শুভ দিনটোতে বিদ্যুত স্পৃষ্ট হৈ পিতৃৰ মৃত্যু ।
🌸 বহু প্ৰত্যাশাৰে কন্যা পুস্পিতাৰ অভ্যৰ্থনাৰ আয়োজন কৰিছিল...
আতিথ্যত কৃপনতা নকৰাকৈ, সকলো আয়োজনেই নিখুঁতভাৱে সম্পন্ন হৈছিল...
কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰিহাসে সকলো আশা-আকাংক্ষা এক মূহূৰ্ততে চুৰমাৰ কৰিলে... 😢

নিথৰ, নিষ্প্ৰাণ দেহ হৈ গুচি গ’ল উভতি নাহা বাটেৰে...
চিৰদিনৰ বাবে বিদায় ল’লে ৰাজু... 💔

🕊️ তোমাৰ অভাৱ সদায় অনুভৱ হ’ব...
#বিদায়_ৰাজু 😢
#শোকস্তব্ধ
#অকালমৃত্যু
#ভগৱান_আত্মাক_শান্তি_দান_কৰক
#আমাৰ_শ্রদ্ধাঞ্জলি

11/07/2025

জনপ্ৰিয় কণ্ঠশিল্পী Diksh*ta Dutta Latest Live Performance

Address


Telephone

+918473047663

Website

Alerts

Be the first to know and let us send you an email when AMAR AXOM posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to AMAR AXOM:

Shortcuts

  • Address
  • Telephone
  • Alerts
  • Contact The Business
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share