বাতৰি অসম

  • Home
  • বাতৰি অসম

বাতৰি অসম Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from বাতৰি অসম, Media/News Company, .

23/09/2025

হিয়াৰ আমঠু জুবিন গাৰ্গলৈ জনপ্ৰিয় RJ প্ৰবীণৰ‌ শ্ৰদ্ধাঞ্জলি...

22/09/2025

কাইলৈ অসমৰ সকলো শিক্ষানুষ্ঠান বন্ধ থাকিব৷ কামৰূপ (ম) জিলাৰ বাহিৰে বাকী সকলো ঠাইতে চৰকাৰী কাৰ্যালয়সমূহ খোলা থাকিব৷

21/09/2025

📌 সকলোকে কন্দুৱাই চিৰ নিদ্ৰাত সংগীত সম্ৰাট।
#জুবিন

24/06/2025

গমাৰি গুৰি প্ৰাথমিক শিক্ষক কেন্দ্ৰৰ উদ‍্যোগত বিদায় সম্বদ্ধৰ্না আৰু শৈক্ষিক সভা ।

21/06/2025

⏭️ বৰহোলা অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ নগাবাট শাখা সমিতি আৰু অন্নপূর্ণা হাবিগাওঁ প্রাথমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ যুটীয়া সহযোগত কলাগুৰু বিষ্ণুৰাভা দিৱস উদ্যাপন ।

30/04/2025

বৰহোলা চাৰিআলিস্থিত অংশোকা বিদ্যাপীঠ চিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ ফলাফল ১০০ শতাংশ । কলা বিভাগৰ ২২ আৰু বিজ্ঞান বিভাগত ৮ ছাত্ৰই সফলতাৰে উত্তীৰ্ণ হয়। কলা বিভাগত ৯ জন প্ৰথম বিভাগত ৮ দ্বিতীয় বিভাগত ৬ তৃতীয় বিভাগত উৰ্ত্তীণ হয় আনহাতে বিজ্ঞান বিভাগৰ ৩ জন প্ৰথম বিভাগত ৪ জন দ্বিতীয় বিভাগ আৰু এজন তৃতীয় বিভাগত উৰ্ত্তীণ হয় ।
#বৰহোলা

25/04/2025

বৰ্তমান নিৰ্বাচনৰ বতৰ । এতিয়া তুংগত নিৰ্বাচনী প্ৰচাৰৰ ।
তাৰ সমান্তৰালকৈ বৰহোলাৰ ৯১ নং ৰাইডাটঞ্জুৰি গাওঁপঞ্চায়টো নিৰ্বাচনি প্ৰচাৰৰ যোৱাৰ উঠিছে । ভাৰতীয় জাতীয় কংগ্ৰেছৰ AP সদস্যা লাকিমা হাজৰিকা আনহাতে ৮ নং বৰহোলা জিলা পৰিষদৰ প্ৰাৰ্থি প্ৰণিতা শইকীয়া বৰাই খেলিব পঞ্চায়তৰ নিৰ্বাচন।

10/01/2025

ভোগালী এনিশা
#নিউজ

11/06/2024
01/06/2024

🔴 গোলাঘাট জিলাৰ মেৰাপানী স্থিত অসম নাগালেণ্ড সীমান্তবতি অঞ্চল ইন্দপুৰ গাঁৱৰ এটি পথে জলা-কলা খুৱাইছে গাঁওবাসী ।
🔴 স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ পৰা আদি কৰি অঞ্চলটোৰ সকলো লোকে যাতায়ত কৰে এই পছচোৱাৰে ৷
🔴 সদা ব্যস্ত পথটি মেৰামতিত বিভাগীয় কৰ্তৃপক্ষই নকৰা কৰাৰ অভিযোগ উত্থাপন স্থানীয় ৰাইজৰ ।

20/05/2024

শিলচৰত উদ্ধাৰ ১০৫ কোটি টকাৰ হেৰ’ইন, আটক এগৰাকীক মহিলাৰ লগতে আৰু দুজনক ।

12/05/2024

🔴 শিৱসাগৰ বেতবাৰী বোকাবিলত বাঘৰ আতংক ।
🔴 নাহৰফুটুকীৰ আক্ৰমণত আহত হয় জয়ন্ত চেতিয়া নামৰ ব্যক্তি এজন ।

Address


Telephone

+916374167972

Website

Alerts

Be the first to know and let us send you an email when বাতৰি অসম posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to বাতৰি অসম:

  • Want your business to be the top-listed Media Company?

Share