Purbanchal Barta

  • Home
  • Purbanchal Barta

Purbanchal Barta News & media

25/06/2025

🔴 মানকাচৰৰ বাঘাপাৰাৰ চোমৰাশালীত এগৰাকী বৃদ্ধা মহিলাৰ ৰহস্যজনক মৃত্যু।

➡️ পৰিয়ালৰ লোকৰ মতে আত্মহত্যা।

24/06/2025

✅ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ পূৰ্বাঞ্চলত মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম

➡️ কেইবাটাও চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰে মন্ত্ৰী গৰাকীয়ে।

23/06/2025

🔴 এখন ৰাস্তাৰ বাবে হাবাথুৰি খাব লগিয়া হৈছে মানকাচৰৰ লক্ষিশ্বৰীফ গাওঁৰ ৰাইজৰ।

➡️ কালোনদীৰ ভয়ংকৰ গঢ়াখহনীয়াৰ ফলত যাতায়ত ব্যৱস্থা বন্ধ হৈ পৰে প্ৰায় চাৰি পাঁচখন গাওঁৰ ৰাইজৰ।

12/06/2025

✅ মানকাচৰৰ কালাপানী আৰক্ষী চকী পৰিদৰ্শন অসম চৰকাৰৰ ৰাজহ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ সচিব।

➡️ ৰাজ্যৰ ৰাজহ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ সচিব জি টি ত্ৰিপাঠীয়ে মানকাচৰৰ কালাপানী আৰক্ষী চকী পৰিদৰ্শন কৰে।

🔴 মানকাচৰৰ বালিয়াবিলৰ তিনি সন্তানৰ মাতৃ নিৰুদ্দেশ।➡️ কোনো ব্যক্তিয়ে বোৱাৰী গৰাকীৰ সন্ধান পালে  8474091277, 9707712116 ...
06/06/2025

🔴 মানকাচৰৰ বালিয়াবিলৰ তিনি সন্তানৰ মাতৃ নিৰুদ্দেশ।

➡️ কোনো ব্যক্তিয়ে বোৱাৰী গৰাকীৰ সন্ধান পালে 8474091277, 9707712116 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনায়।

05/06/2025

✅ মানকাচৰৰ কালাপানী আৰক্ষী চকীত গংগা পূজা।

➡️ কালোনদীৰ ভয়ংকৰ গঢ়াখহনীয়াৰ পৰা ৰক্ষাৰ বাবে কালাপানী আৰক্ষী চকীত স্থানীয় ৰাইজে গংগা পূজা উৎযাপন কৰে।

05/06/2025

🔴 মানকাচৰৰ পিপুলবাৰীৰ দ্বিতীয় খণ্ডত ৰহস্যজনক ভাবে বোৱাৰীয়ে চীপলৈ আত্মহত্যা।

➡️ পৰিয়ালৰ লোকে হত্যা কৰাৰ অভিযোগ উত্থাপন কৰে।

31/05/2025

✔️ হাটশিঙিমাৰীত উপস্থিত পঞ্চায়ত আৰু যোগান বিভাগৰ মন্ত্ৰী ৰঞ্জিত দাস।

30/05/2025

🔴 মানকাচৰৰ কালাপানীৰ কালো নদীয়ে আকৌ লৈছে ভয়ংকৰ ৰূপ।

➡️ ভয়াবহ বিপদত কালাপানী আৰক্ষী চকী।

➡️ ভয় শংকাত কালাপানী আৰক্ষীৰ লগতে স্থানীয় ৰাইজ।

23/05/2025

✅ কালোনদীৰ গঢ়া খহনীয়াৰ কবলত কালাপানী আৰক্ষী চকী।

21/05/2025

🔴 মেঘালয়ৰ গাৰো পাহাৰৰ পানী এতিয়া অভিশাপ হৈ থিয় দিছে মানকাচৰৰ পূৰ্বাঞ্চলত।

➡️ বহু কষ্টেৰে ইৰি ধানৰ খেতি কৰা কৃষকে এতিয়া পানীত হাবাথুৰি খাব লগা হৈছে।

Address


Alerts

Be the first to know and let us send you an email when Purbanchal Barta posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Purbanchal Barta:

Shortcuts

  • Address
  • Telephone
  • Alerts
  • Contact The Business
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share