26/10/2025
ভাৰতীয় জনতা পাৰ্টী ধেমাজি জিলাৰ মুখ্য কাৰ্য্যলয়ত অনুষ্ঠিত হোৱা ভাৰতীয় জনতা পাৰ্টী ধেমাজি নগৰ মণ্ডলৰ "আত্মনিৰ্ভৰ ভাৰত সংকল্প যাত্ৰা" মণ্ডল কৰ্মশালা খনিত উপস্থিত থাকোঁ।
উক্ত সভাত উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টী ধেমাজি জিলাৰ উপ - সভানেত্ৰী শ্ৰীযুক্তা Ranjana Dutta Sonowal বাইদেউ, ভাৰতীয় জনতা পাৰ্টী ধেমাজি নগৰ মণ্ডলৰ সাধাৰণ সম্পাদক শ্ৰীযুত Prabin Gogoi ডাঙৰীয়া, উপ-সভাপতি শ্ৰীযুত বাবুল দুৱৰী ডাঙৰীয়া, সম্পাদিকা শ্ৰীযুক্তা Priyanka Borah বাইদেউ, উপ-সভানেত্ৰী শ্ৰীযুক্তা Rupali Borgohain বাইদেউ, মণ্ডলৰ বিষয়ববিয়া সকল, বুথ সভাপতি সকল, শক্তিকেন্দ্ৰ আহ্বায়ক আৰু মণ্ডল মৰ্চাৰ বিষয়ববীয়া সকল।
BJP Assam Pradesh
BJP Dhemaji District.
BJYM State President
Rakesh Das
Ranoj Pegu
Pradan Baruah
Rupa Kaman
Balin Gogoi