MT News

MT News News Portal

নৱনিৰ্বাচিত সভানেত্ৰী ৮৭ নং আলোপতি মাজৰ চৰ গাওঁ পঞ্চায়ত।
14/07/2025

নৱনিৰ্বাচিত সভানেত্ৰী ৮৭ নং আলোপতি মাজৰ চৰ গাওঁ পঞ্চায়ত।

14/07/2025

🔴Big Breaking news

🔴গোৱালপাৰা মাটিয়াত শো*কা*বহ ঘটনা।
🔴বজ্ৰপৰি থিতাতে নি #হ #ত হয় এজন যুৱক

14/07/2025

🔴গোৱালপাৰাৰ নৱাগত শিমলীতোলা পঞ্চায়ত গঠিত হ'ল অগপ'ৰ দখলত,

🔴ৰেজিনা আহমেদ ক___ সভানেত্ৰী আৰু আলী হুছেইনক উপ-সভাপতি হিচাপে নিৰ্বাচিত

14/07/2025

🔴৮৭ নং #আলোপতি_মাজৰচৰ #গাঁও_পঞ্চায়ত_গঠন

14/07/2025

🔴সৰু মাছ মৰীয়া সকল সা*ৱ*ধান।

🔴থলুৱা মাছ মৰীয়া সকললৈ গোৱালপাৰা জিলা মীন বিভাগৰ জাননী জাৰি।

14/07/2025

🔴বৰপেটা জিলাৰ ভাতনাপাইতি সুখোৱাৰঝাৰত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই সংহাৰী ৰূপ ধাৰণ কৰিছে

13/07/2025

🔴গোৱালপাৰাত এখন জৰাজীৰ্ণ কাঠৰ দলংয়ে উদঙালে বিকশিত অসমৰ বিপৰীত ছৱি,

🔴 বিগত ৩০ বছৰে মেৰামতিৰ ব্যৱস্থা নকৰিলে বিভাগ তথা চৰকাৰে,

🔴মেৰামতি নকৰাৰ ফলত জৰাজীৰ্ণ হৈ বিপদজনক অৱস্থাত আছে দলং খন
🔴শীঘ্ৰেই দলংখন পকীকৰনৰ পুনৰ দাবী জনাইছে স্থানীয় ৰাইজে,

12/07/2025

🔴গোৱালপাৰা সিধাবাৰীত বিদ্যুৎ স্পৃষ্ট হৈ যুৱকৰ মৃ #ত্যু___

12/07/2025

🔴গোৱালপাৰা পাইকান, বিদ্যাপাৰা, বেতবাৰীত জিলা প্ৰশাসন আৰু জিলা আৰক্ষীৰ সহযোগত উচ্ছেদ অভিযান আৰম্ভ হৈছে৷

11/07/2025

🔴 #চাপৰৰ_উচ্ছেদিতৰ_কাষত সাংসদ ৰকিবুল হুছেইন ।
🔴 উচ্ছেদস্থলীত আজিও অব্যাহত আছে হা*হাকাৰ পৰিস্থিতি।

10/07/2025

🔴 #সূৰ্যগিৰি_উন্নয়ন_খণ্ডৰ অন্তৰ্গত #গেৰুৱা_গাওঁ_পঞ্চায়ত গঠন ।

10/07/2025

🔴প্ৰথমে প্ৰেম, পিছত বিয়া, শেষত হ*ত্যা*কা*ণ্ড
🔴 চা*ঞ্চ*ল্য*কৰ ঘটনা সংঘটিত হৈছে এইবাৰ নগৰবেৰাৰ ভখুৰাদিয়াত
🔴পাষণ্ড স্বামীয়ে ম*ৰিয়াই ম*ৰিয়াই হ #ত্যা কৰিলে নিজ পত্নীক

Address


Website

https://youtube.com/@masterpointatoz4193?si=OqWDzCqufBKPyK

Alerts

Be the first to know and let us send you an email when MT News posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to MT News:

Shortcuts

  • Address
  • Alerts
  • Contact The Business
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share