02/01/2018
কিয় সাংবাদিকতা পঢ়িব, ক'ত পঢ়িব? দহটা কাৰণ৷
ক) গুৱাহাটীৰ বহু প্ৰতিষ্ঠানত সাংবাদিকতাৰ ছমহীয়া, বছৰেকীয়া পাঠ্যক্ৰমৰ খৰচ ত্ৰিশ হাজাৰৰ পৰা লাখ টকা পৰ্যন্ত৷ IMMSত আগতে পঢ়ক, চাকৰি পালেহে দিব লাগিব মাছুল৷
খ) সাংবাদিকতাৰ চাকৰি খুবেই কম৷ গতিকে, পঢ়োতে হাজাৰ হাজাৰ টকা খৰচ কৰাতকৈ IMMSত লওঁক বিনামূলীয়া সুবিধা৷ নামভৰ্তিৰ সময়ত নামমাত্ৰ পঞ্জীয়নৰ খৰচ৷
গ) IMMSত আছে অত্যাধুনিক কেমেৰা, এফচিপি এডিটিং মেছিন, যিবোৰ টিভি চেনেলত সাধাৰণতে ব্যৱহাৰ হয়৷ ব্যৱহাৰিক সাংবাদিকতাৰ সম্পূৰ্ণ সুবিধা৷
ঘ) কাৰিকৰী জ্ঞান থকা প্ৰশিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ৷ গুণগত প্ৰশিক্ষণত কোনো আপোচ নাই৷
ঙ) দীঘলীয়া আৰু বিৰক্তিকৰ থিয়ৰী পাঠ্যক্ৰম নাই৷ এমাহত শিকিব পৰা কথাখিনি ঘূৰাই পকাই এবছৰ পঢ়োৱা নহয়৷
চ) বাতৰি লিখা আৰু পঢ়াৰ অনুশীলন, ঘৰুৱা প্ৰকল্পৰ ব্যৱস্থা যাতে ব্যৱহাৰিক সাংবাদিকতাৰ দিশসমূহ স্পষ্টকৈ আয়ত্ব কৰিব পাৰে শিক্ষাৰ্থীয়ে৷
ছ) কোনো অতিৰিক্ত মাছুল, পৰীক্ষাৰ ফীজ লোৱাৰ ব্যৱস্থা নাই৷ সকলো শিক্ষাৰ্থীক সমান গুৰুত্ব প্ৰশিক্ষকৰ৷
জ) কেৱল টেলিভিছনৰ ব্যৱহাৰিক শিক্ষা নহয়, প্ৰিণ্ট আৰু ডিজিটেল মিডিয়াৰো ব্যৱহাৰিক শিক্ষা প্ৰদানৰ ব্যৱস্থা
ঝ) টিভি এংকৰ হ'ম বুলি IMMSত নামভৰ্তি নকৰিব, সাংবাদিকতাৰ এ টু জেদ শিকাৰ ক্ষেত্ৰত আগ্ৰহ থাকিলে আহক৷
ঞ) নিজক জুখিবলৈ এক সৰ্বোৎকৃষ্ট প্ৰতিষ্ঠান IMMS৷ মৌখিক পৰীক্ষাৰ অন্ততহে নামভৰ্তিৰ সুযোগ৷ ডিগ্ৰী ডিপ্লমাৰ কথা ভাবিলে বিশ্ববিদ্যালয়, মহাবিদ্যালয়ত পঢ়ক, শিকিব খুজিলে IMMSত পঢ়ক৷
IMMS ক'ত? গুগল কৰক, ফেচবুকতো চাওঁক৷ অহা 20 জানুৱাৰীত হ'ব পৰৱৰ্তী পাঠ্যক্ৰমৰ বাবে মৌখিক সাক্ষাৎকাৰ৷ IMMS লৈ আবেদন পত্ৰ জমা দিয়ক, অথবা সাক্ষাৎকাৰৰ দিনাও জমা দিব পাৰিব আবেদন৷ মনত ৰাখিব, IMMSত বিনামূলীয়া অধ্যয়নৰ সুযোগ কেৱল 20 জনৰ বাবে৷ সীমিত সময়ৰ বাবে এই পাঠ্যক্ৰম মুকলি ৰখা হৈছে৷ অধিক তথ্যৰ বাবে যোগাযোগ নম্বৰ 8876874468