Sonar Kamatapur News Digital

  • Home
  • Sonar Kamatapur News Digital

Sonar Kamatapur News Digital কোচ - ৰাজবংশী ভাষা, সাহিত্য, সংস্কৃতি, ইতিহাস লগতে অন্যান্য বাৰ্তা দেওয়া হ'ব।

30/07/2025

▶️ৰাইজেৰ দলেৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদিকা মমী ৰায়চৌধুৰীয়ে শুভেচ্ছা জানাইল আক্ৰাছুক।

30/07/2025

▶️সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থাৰ সভাপতি লক্ষ্মীকান্ত সূত্ৰধৰে শুভেচ্ছা জানাইল আক্ৰাছুক।

ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ অন্যান্য পিছপৰা শ্ৰেণী মৰ্চাৰ নৱ-নিযুক্ত ৰাজ্যিক সভাপতি হিচাপে সুভাষ দত্তই আজি আনুষ্ঠান...
30/07/2025

ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ অন্যান্য পিছপৰা শ্ৰেণী মৰ্চাৰ নৱ-নিযুক্ত ৰাজ্যিক সভাপতি হিচাপে সুভাষ দত্তই আজি আনুষ্ঠানিক ভাৱে দায়িত্বভাৰ গ্ৰহণ কৰিল।


30/07/2025

▶️সদৌ অসম দেশী গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদে আক্ৰাছুক জানাইল শুভেচ্ছা।

30/07/2025

▶️গোটায় কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ প্ৰতিনিধি সভাৰ জৰিয়তে কেন্দ্ৰীয় সমিতি গঠন হোৱাৰ পাছতে কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক বলোৰাম বৰ্মনেৰ গুৰুত্বপূৰ্ণ মন্তব্য।

29/07/2025


29/07/2025

গোটায় কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ প্ৰতিনিধি সভা লাইভ।

29/07/2025

▶️আক্ৰাছু একত্ৰিকৰণেৰ প্ৰতিনিধি সভাখান এলালৈকে আৰম্ভ নোহোৱাক লয়া ভাকিৰিভিটা কাৰ্য্যালয়ত আক্ৰাছু কৰ্মীৰ ক্ষোভ।

29/07/2025

▶️আক্ৰাছু একত্ৰিকৰণেৰ প্ৰতিনিধি সভাখান এলালৈকে নাইহয় আৰম্ভ।

29/07/2025

▶️বঙাইগাঁ‌ও বিশাল মেগা মাৰ্টেৰ সন্মূখত এক্সিডেণ্ট। যাওৱা কালিকা সংঘটিত হৈছিল ইগো এক্সিডেণ্টেৰ ঘটনা। এক্সিডেণ্টেৰ ফলত গুৰুত্বভাৱে আহত হয় একজনী মহিলা। এক্সিডেণ্টেৰ পাছতে এক্সিডেণ্ট কৰেয়া দোৱা বাইক খানেৰ চালকক লুকেয়া ৰাখাৰ উঠিছে অভিযোগ।

29/07/2025

▶️গোটায় কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠা দিৱস।

Address

Borpara, Swahid Bedi

783380

Telephone

+918135988089

Website

Alerts

Be the first to know and let us send you an email when Sonar Kamatapur News Digital posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

  • Address
  • Telephone
  • Alerts
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share